ডায়েবেটিছ ৰোগক প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ কেনেদৰে কৰিব পাৰি ডায়েবেটিছ চুপাৰ স্পেচিয়েলিটি হস্পিতাল চানভেলি ডায়েবেটিছ হস্পিতাল চানভেলি ডায়েবেটিক কেয়াৰ আৰু ৰিৰ্চাছ চেণ্টাৰে বিশ্ব ডায়েবেটিক দিৱস গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদ মেল আয়োজন কৰে।এই বছৰৰ ডায়েবেটিছ দিৱসৰ থীম হ’ল ডায়েবেটিছ পৰিয়াল আৰু ডায়েবেটিছ।চানভেলি হস্পিতালৰ সঞ্চালক ডক্টৰ সুধীৰ কুমাৰ জৈনে জনায় যে ডায়েবেটিছ আক্ৰান্ত ৰোগীয়ে নিজৰ ভৰি দুখনৰ যত্ন লোৱাটো অতি প্ৰয়োজনীয়।ডায়েবেটিছ ৰোগৰ বাবে প্ৰতি ৩০চেকেণ্ডত এজন ৰোগীয়ে ভৰি কাটিব লগীয়া হয়।উল্লেখযোগ্য যে ইতিমধ্যে হস্পিতালৰ তৰফৰ পৰা ২০০তকৈ অধিক স্বাস্থ্য শিবিৰ আয়োজন কৰিছে।নলবাৰী,বৰপেটাৰোড,দৰংগা উপকেন্দ্ৰ স্থাপন কৰি ডায়েবেটিছ ৰোগৰ চিকিৎসা সেৱা আগবঢ়ায় আহিছে ।অহা ১৪নবেম্বৰত চানভেলি হস্পিতালৰ চৌহদত বিভিন্ন কাৰ্য্যসূচী গ্ৰহণ কৰা হৈছে জানিব পৰা গৈছে।
Trending
- ডিব্ৰুগড় চহৰত অম্ৰুটৰ অধীনত নিৰ্মীয়মান পানী যোগান প্ৰকল্পসমূহ পৰিদৰ্শন মন্ত্ৰী অশোক সিংহলৰ
- জামুগুৰিহাটৰ নাহৰবাৰীত দূস্প্ৰাপ্য ঈগল চৰাই উদ্ধাৰ
- কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাত অসম ৰাজ্যিক কংগ্ৰেছ দলৰ তিনি যুৱক-৪০৮০ কিলোমিটাৰ যাত্ৰাৰ অন্তত শ্ৰীনগৰ লালচকত সামৰণী
- ঢকুৱাখনাত গাঁওৰক্ষী বাহিনীৰ প্ৰতিষ্ঠা দিৱস পালন
- পথৰুঘাটৰ কৃষকৰ আত্মত্যাগৰ ইতিহাসক দেশ-বিদেশত প্রচাৰ উদ্দেশ্যে তথ্য চিত্ৰ নিৰ্মাণ কৰিব ৰাজ্য চৰকাৰে
- অসমৰ পৰৱৰ্তী আৰক্ষী সঞ্চালকৰ নাম ঘোষণা
- শ্ৰীমন্ত শংকৰদেৱ সংঘৰ তিতাবৰ জিলাৰ বিংশতিতম বাৰ্ষিক অধিবেশন আৰম্ভ
- খানামুখত মিনি ফুটবল প্ৰতিযোগিতা আৰম্ভ
- তিনিচুকীয়াৰ জিলা প্ৰশাসনৰ সৈতে অইল ইণ্ডিয়াৰ গ্ৰামোন্নয়ন চুক্তি
- গুৱাহাটী মহানগৰীৰ উন্নয়ন সন্দৰ্ভত ৰাজ্যিক উদ্ভাৱন আৰু ৰূপান্তৰ আয়োগৰ গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ মন্ত্ৰী অশোক সিংহলৰ