এখন শুদ্ধ,সঠিক এন আৰ চি আমি বিচাৰিছো।এন আৰ চিত ১৯লাখ লোকৰ নাম বাদ পৰিছে যদিও ইয়াৰ একাংশ প্ৰকৃত ভাৰতীয়।এই মন্তব্য সাংসদ আব্দুল খালেকৰ।আজি দিছপুৰ প্ৰেছ ক্লাবত আয়োজন কৰা এক সংবাদমেলত সাংসদ গৰাকীয়ে কয় যে এন আৰ চি উন্নীতকৰণৰ প্ৰক্ৰিয়া প্ৰতীক হাজেলাই যথেষ্ট পৰিমাণে আগবঢ়াই নিছিল।তেনে এজন বিষয়াৰ দ্বাৰাহে শুদ্ধ এন আৰ চি পাব পাৰি।উল্লেখযোগ্য যে ইতিমধ্যে সাংসদ গৰাকীয়ে মুখ্যমন্ত্ৰীলৈ এখন পত্ৰ প্ৰেৰণ কৰা বুলি সংবাদমেলত মন্তব্য কৰে।
Trending
- আউনীআটি সত্ৰৰ সত্ৰাধিকাৰ তথা আউনীআটি আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ আচাৰ্য ড° পীতাম্বৰ গোস্বামীলৈ বিশেষ সম্বৰ্দ্ধনা জ্ঞাপন
- ধাৰাপুৰত দীক্ষা যোগ কেন্দ্ৰৰ উদ্যোগত আন্তৰ্জাতিক যোগ দিৱস উদযাপন
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- কামাখ্যাত অম্বুবাচী মহাযোগ ২০২৬ মেলাৰ শুভ উদ্বোধন কৰিলে পৰ্যটন মন্ত্ৰী অজন্তা নেওগে
- উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহা প্ৰৱন্ধকে পৰিদৰ্শন কৰিলে কামাখ্যা ৰেল ষ্টেচনৰ অম্বুবাচী মহাযোগৰ শিবিৰ
- আজাৰা কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰত পিএম-কিষাণৰ ২৩ সংখ্যক কিস্তি মুকলি
- ৰাভা দিৱসৰ পবিত্ৰ ক্ষণত অসম যুৱ পৰিষদৰ সন্মান- দুটা দশক ধৰি লোকসংগীতৰ সাধনাত ব্ৰতী শিল্পীগৰাকীক ৰাজহুৱা স্বীকৃতি
- প্ৰসাৰ তথা আধুনিকীকৰণে পশুপালন খণ্ডক অধিক জনমুখী কৰিব- মন্ত্ৰী নীলিমা দেৱী
- অৰুণাচল প্ৰদেশত ভাৰতীয় সেনাৰ বাবে এয়াৰটেলে সম্প্ৰসাৰণ কৰিছে মোবাইল সংযোগ ব্যৱস্থা