ৰাজধানী দিল্লীত চলি থকা কৃষকৰ প্ৰতিবাদত অসমৰ পৰা অংশ ল’লে কৃষকৰ এদল প্ৰতিনিধিয়ে।অসমৰ পৰা যোৱা ১৩ জনীয়া প্ৰতিনিধি দলটোৱে প্ৰতিবাদত অংশগ্ৰহণ কৰে।এই প্ৰতিনিধিৰ দলটোৰ নেতৃত্ব লৈছিল সোণেশ্বৰ নৰহে।দলটোৱে ঢোল,কাহ,ডবা বজাই ৰাভা সংগীত গাই প্ৰতিবাদ সাব্যস্ত কৰে।অসমৰ পৰা যোৱা কৃষকৰ দলটোক আদৰণি জনায় যোগেন্দ্ৰ যাদৱে।অসমৰ পৰা লৈ যোৱা তিল পিঠা, শাক পাচলি প্ৰতিনিধি দলটোৱে প্ৰতিবাদী কৃষকক অৰ্পণ কৰে।
Trending
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ
- প্ৰাদেশীকৃত পৌৰ কৰ্মচাৰীসকলৰ বকেয়া দৰমহা শীঘ্ৰে মুকলি কৰাৰ আশ্বাস মন্ত্ৰী কৌশিক ৰায়ৰ
- উন্নত স্বাস্থ্যসেৱাৰ লক্ষ্যৰে GMCHৰ আধুনিকীকৰণৰ পৰিকল্পনা
- লেজিনেছ ছেভ-এইচ ডি এফ চিৰ নতুন সজাগতা অভিযান
- উন্নয়নমূলক সাংবাদিকতাৰ বাৰ্তা বাহক এন ই ফ’কাচ ডট কমে অতিক্রম কৰিলে সম্পূর্ণ ১০ বছৰ
- APRINS Launches Post-Flood Livelihood Restoration Initiative for Affected Families in Garmur Miri
- বন্দে মাতৰম ধ্বনিৰে মুখৰিত আকাশ – বতাহ – ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ উদ্যোগত বৰঝাৰত ৱাকাথন আৰু ত্ৰিৰংগা বাইক ৰেলী