দৈৰ্ঘ্যতম কবিতাৰে অভিলেখ গঢ়িছে

0 245

৫৫০ফুট দৈৰ্ঘ্যৰ ২৮১২ শাৰীৰ কবিতা লিখি ৰেকৰ্ড কৰিছে এজন ব্যক্তিয়ে ।গোৱালপাৰা জিলাৰ দুধনৈৰ পংকজ মাহাতো নামৰ ব্যক্তিজনে সৰ্বোচ্চ দৈৰ্ঘ্যৰ কবিতা লিখি অভিলেখ গঢ়িছে ।হিন্দী, ভোজপুৰী, মৈথিলী, বঙালী ভাষাত লিখা কবিতাটোৰ প্ৰসংগ হ’ল স্বাধীনতা সংগ্ৰামী সকল।কবিতাটোৱে ইতিমধ্যে India book of Record, Limca book of Record সন্নিৱিষ্ট হৈছে ।জানিব পৰা মতে দুবছৰ সময় ধৰি তেওঁ কবিতাটো লিখি উলিয়াইছে।

Leave A Reply

Your email address will not be published.