নতুন সময়সূচী বলবৎ হ’ব চৰকাৰী কাৰ্য্যালয়ত

0 263

জুলাইৰ পৰা সলনি হ’ব ৰাজ্য চৰকাৰী কাৰ্য্যালয়ৰ সময়সূচী।সেই অনুসৰি পুৱা ৯-৩০ ৰ পৰিবৰ্তে পুৱা ৯ বজাৰ পৰা আৰু ৫ বজাৰ পৰিবৰ্তে ৬ বজালৈকে চৰকাৰী কাৰ্য্যালয়ত কৰ্মচাৰী উপস্থিত থাকিব লাগিব ।লগতে শনিবাৰ আৰু দেওবাৰে চৰকাৰী কৰ্মচাৰী সকলে বন্ধ পাব।জুলাইৰ পৰা এই নিয়ম কাৰ্য্যকৰী হ’ব বুলি জানিব পৰা গৈছে ।

Leave A Reply

Your email address will not be published.