দূৰদৰ্শনৰ দৰ্শকসকললৈ সুখবৰ।দৰ্শকসকলে নিজা পছন্দ অনুসৰি চেনেল নিৰ্বাচন কৰিব পাৰিব।১ এপ্ৰিলৰ পৰা এই নতুন নিয়ম কাৰ্য্যকৰী হ’ব।পূৰ্বৰ দৰে অপ্ৰয়োজনীয় চেনেলৰ বাবে গ্ৰাহকে ধন দিব নালাগে ।টেলিকম ৰেগুলেট’ৰী অথৰিটী অৱ ইণ্ডিয়াৰ নিয়ম অনুসৰি কেবোল অপাৰেটৰে প্ৰত্যেকটো চেনেলৰ বাবদত ১৯ টকা মূল্য দিব লাগিব ।
Trending
- National Lok Adalat & Consumer Awareness Programme on Lok Adalat Organized
- ডিমৰীয়া মহাবিদ্যালয়ত বিশ্ব অ’জন দিৱস ২০২৪ৰ ৰাজ্যিক পৰ্যায়ৰ অনুষ্ঠান
- দিল্লী ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলৰ গ্ৰেটাৰ নয়ডাৰ ইণ্ডিয়া এক্সপো মাৰ্টত কালিৰেপৰা অনুষ্ঠিত হৈছে চেমিকন ইণ্ডিয়া২০২৪’ সন্মিলন
- Career Counselling Seminar held at ADBU
- এয়াৰটেল ফাইনান্সে আৰম্ভ কৰিছে নতুন আঁচনি
- সুধাকন্ঠৰ সমাধি ক্ষেত্ৰত অনুষ্ঠিত হ’ল স্মৃতি তৰ্পণ অনুষ্ঠান
- জুবলী ফাউণ্ডেচনৰ উদ্যোগত মৃতকৰ অংগদান কৰ্মশালা
- এয়াৰটেলে তীব্ৰতৰ বাউজিং গ্ৰাহকক প্ৰদান কৰিছে
- গুৱাহাটী কবি কিশোৰ কুমাৰ জৈনৰ দুখনকৈ কাব্যগ্ৰন্থ উন্মোচন
- তামুলপুৰত অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা সম্পৰ্কীয় প্ৰশিক্ষণ