কালি ৰাষ্ট্ৰপতি ভৱনত প্ৰদৰ্শিত হয় চাহ বাগানৰ পটভূমিত নিৰ্মিত চলচ্চিত্র মিনি। পংকজ মহন্তই প্ৰযোজনা কৰা আৰু অৰুণজিৎ বৰাই পৰিচালনা কৰা এই চলচ্চিত্র খন চাদ্ৰী ভাষাৰ চলচ্চিত্ৰ। চলচ্চিত্র খনত মিনিৰ নাম ভূমিকাত অভিনয় কৰিছে উৰ্মিলা মহন্তই। আনহাতে বলোৰাম দাস, চিমি গোস্বামী,শান্ত তাঁতী, নৱ মহন্ত, দীক্ষা মহন্ত, ধনঞ্জয় দেৱনাথৰ লগতে বহু কেইগৰাকী অভিনেতা অভিনেত্রীয়ে চলচ্চিত্র খনত অভিনয় কৰিছে। ৰাষ্ট্ৰপতি ভৱনত প্ৰদৰ্শিত হোৱা এই চলচ্চিত্র খন ৰাষ্ট্ৰপতি দ্ৰুপদী মুৰ্মুৱেও উপভোগ কৰে।উল্লেখ্য যে ইয়াৰ পূর্বে মিনি ইটালীত প্ৰদৰ্শিত হৈছিল।
Trending
- এয়াৰটেলৰ ২০২৬ বৰ্ষৰ গ্ৰাহক দিৱস পালন
- NSE concludes the process for selection of intermediaries for proposed IPO
- ছাটাৰগাঁৱত মানুহ আৰু জীৱ–জন্তুৰ সহাৱস্থান শীৰ্ষক আলোচনা চক্ৰ
- বঢ়মপুৰ আৰু নগাঁৱত বহুকেইটা প্ৰকল্পৰ উদ্বোধন
- Ayushi Jain assumes charge as 34th District Commissioner of Darrang
- আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত বক্তৃতানুষ্ঠান আৰু বিজ্ঞান সজাগতামূলক কাৰ্যসূচী
- NSE Celebrates 30 Years of Nifty 50: India’s Flagship Index
- খাদী আৰু গ্ৰামোদ্যোগ আয়োগত আন্তৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন
- ৩১মাৰ্চৰ পূৰ্বে যানবাহনৰ যাৱতীয় কৰ পৰিশোধ কৰি নথিপত্ৰ সঠিক কৰক-পৰিবহণৰ বিশেষ কতৰ্ব্যৰত বিষয়া গৌতম দাসৰ কাতৰ অনুৰোধ
- Organic Festival cum Exhibition by NECTAR under PM-DevINE Scheme