প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰপতি ভৱনত প্ৰদৰ্শিত হ’ল অসমৰ চলচ্চিত্র

0 95

কালি ৰাষ্ট্ৰপতি ভৱনত প্ৰদৰ্শিত হয় চাহ বাগানৰ পটভূমিত নিৰ্মিত চলচ্চিত্র মিনি। পংকজ মহন্তই প্ৰযোজনা কৰা আৰু অৰুণজিৎ বৰাই পৰিচালনা কৰা এই চলচ্চিত্র খন চাদ্ৰী ভাষাৰ চলচ্চিত্ৰ। চলচ্চিত্র খনত মিনিৰ নাম ভূমিকাত অভিনয় কৰিছে উৰ্মিলা মহন্তই। আনহাতে বলোৰাম দাস, চিমি গোস্বামী,শান্ত তাঁতী, নৱ মহন্ত, দীক্ষা মহন্ত, ধনঞ্জয় দেৱনাথৰ লগতে বহু কেইগৰাকী অভিনেতা অভিনেত্রীয়ে চলচ্চিত্র খনত অভিনয় কৰিছে। ৰাষ্ট্ৰপতি ভৱনত প্ৰদৰ্শিত হোৱা এই চলচ্চিত্র খন ৰাষ্ট্ৰপতি দ্ৰুপদী মুৰ্মুৱেও উপভোগ কৰে।উল্লেখ্য যে ইয়াৰ পূর্বে মিনি ইটালীত প্ৰদৰ্শিত হৈছিল।

Leave A Reply

Your email address will not be published.