আজি ব’হাগৰ প্ৰথম দিন। অৰ্থাৎ মানুহৰ বিহু। মানুহৰ বিহুৰ দিনৰে পৰা অসমীয়া নতুন বছৰটো আৰম্ভণি হয়। সেয়েহে অধিকাংশ লোকে মন্দিৰ তথা ধৰ্মীয় উপাসনা গৃহত গৈ বছৰটো সুকলমে যোৱাৰ বাবে প্ৰাৰ্থনা কৰে। পৰম্পৰা অনুসৰি মাজুলীৰ ঠাই বিশেষে আজিৰ দিনটোত বোকা খেল হয়। ইজনে সিজনক বোকা সানি আনন্দ উল্লাস কৰে। ইয়াৰ সমান্তৰালকে সত্ৰ সমূহতো ঐতিহাসিক পৰম্পৰাৰে বছৰৰ এই বিশেষ দিনটো উদযাপন হয়। বিশেষকৈ কণ কণ ল’ৰা ছোৱালী, যুৱক যুৱতীয়ে ঘৰে ঘৰে গৈ হুচৰি মৰা পৰিলক্ষিত হয়।
Trending
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন
- জ্ঞানমালিনী সাহিত্য সভাৰ আজীৱন সভ্য ভৰ্ত্তি অভিযান
- এয়াৰটেলৰ গ্ৰাহকৰ বাবে বিশেষ সুবিধা
- সাংসদ গৌৰৱ গগৈৰ দাবীৰ প্ৰতি সঁহাৰি ৰেলৱে বোৰ্ডৰ -ডুমডুমা ৰেলৱে ষ্টেচন পুনৰ মুকলি কৰি যাত্ৰী সংৰক্ষণ ব্যৱস্থা(passenger reservation system) স্থাপনৰ দাবীক মান্যতা