আজি ব’হাগৰ প্ৰথম দিন। অৰ্থাৎ মানুহৰ বিহু। মানুহৰ বিহুৰ দিনৰে পৰা অসমীয়া নতুন বছৰটো আৰম্ভণি হয়। সেয়েহে অধিকাংশ লোকে মন্দিৰ তথা ধৰ্মীয় উপাসনা গৃহত গৈ বছৰটো সুকলমে যোৱাৰ বাবে প্ৰাৰ্থনা কৰে। পৰম্পৰা অনুসৰি মাজুলীৰ ঠাই বিশেষে আজিৰ দিনটোত বোকা খেল হয়। ইজনে সিজনক বোকা সানি আনন্দ উল্লাস কৰে। ইয়াৰ সমান্তৰালকে সত্ৰ সমূহতো ঐতিহাসিক পৰম্পৰাৰে বছৰৰ এই বিশেষ দিনটো উদযাপন হয়। বিশেষকৈ কণ কণ ল’ৰা ছোৱালী, যুৱক যুৱতীয়ে ঘৰে ঘৰে গৈ হুচৰি মৰা পৰিলক্ষিত হয়।
Trending
- ডিব্ৰুগড় চহৰত অম্ৰুটৰ অধীনত নিৰ্মীয়মান পানী যোগান প্ৰকল্পসমূহ পৰিদৰ্শন মন্ত্ৰী অশোক সিংহলৰ
- জামুগুৰিহাটৰ নাহৰবাৰীত দূস্প্ৰাপ্য ঈগল চৰাই উদ্ধাৰ
- কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাত অসম ৰাজ্যিক কংগ্ৰেছ দলৰ তিনি যুৱক-৪০৮০ কিলোমিটাৰ যাত্ৰাৰ অন্তত শ্ৰীনগৰ লালচকত সামৰণী
- ঢকুৱাখনাত গাঁওৰক্ষী বাহিনীৰ প্ৰতিষ্ঠা দিৱস পালন
- পথৰুঘাটৰ কৃষকৰ আত্মত্যাগৰ ইতিহাসক দেশ-বিদেশত প্রচাৰ উদ্দেশ্যে তথ্য চিত্ৰ নিৰ্মাণ কৰিব ৰাজ্য চৰকাৰে
- অসমৰ পৰৱৰ্তী আৰক্ষী সঞ্চালকৰ নাম ঘোষণা
- শ্ৰীমন্ত শংকৰদেৱ সংঘৰ তিতাবৰ জিলাৰ বিংশতিতম বাৰ্ষিক অধিবেশন আৰম্ভ
- খানামুখত মিনি ফুটবল প্ৰতিযোগিতা আৰম্ভ
- তিনিচুকীয়াৰ জিলা প্ৰশাসনৰ সৈতে অইল ইণ্ডিয়াৰ গ্ৰামোন্নয়ন চুক্তি
- গুৱাহাটী মহানগৰীৰ উন্নয়ন সন্দৰ্ভত ৰাজ্যিক উদ্ভাৱন আৰু ৰূপান্তৰ আয়োগৰ গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ মন্ত্ৰী অশোক সিংহলৰ