সঞ্জীৱনী লাইফ কেঞ্চাৰ সংস্থাই বিশ্ব ধূমপান নিষিদ্ধ দিৱস আজি উদযাপন কৰে। সেই উপলক্ষে দীঘলীপুখুৰী পাৰত আজি সংস্থাৰ উদ্যোগত বাটৰ নাট মঞ্চস্থ হয় ।বাটৰ নাটত প্ৰাগজ্যোতিষ মহাবিদ্যালয়, দিছপুৰ কলেজ , ৰয়েল গ্লোবেল বিশ্ববিদ্যালয় , USTMৰ বিভিন্ন ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে । এই অনুষ্ঠানটো আগবঢ়োৱাত সহযোগ কৰে নুমলীগড় তেল শোধানাগাৰ আৰু গণেশগুৰিৰ ৰ’ জিমে ।
Trending
- কামৰূপ (ম)ৰ প’লিং বিষয়া আৰু ই ভি এমৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেশ্বন সম্পন্ন
- জৱাহৰ নবোদয় বিদ্যালয়ত কুইজিন-দ্য ব্ৰেইন বুফে
- ঘিলামৰাত ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু শুভাৰম্ভ
- পৰ্যবেক্ষক, প্ৰাৰ্থী-প্ৰতিনিধিৰ সৈতে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্বপূৰ্ণ সভা
- মিচিং জাতীয় সংগঠনৰ বিশ্ব ধৰিত্ৰী দিৱস পালন
- বৰুৱাৰ সংসাৰ প্ৰদৰ্শিত হ’ব ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত
- এয়াৰটেলৰ ৰোমিং পেক উন্মোচন
- কাছাৰত অ গ পৰ সভাপতি নির্বাচনী প্ৰচাৰ
- ধৰিত্ৰী দিৱস আৰু প্ৰকৃতিপ্ৰেমী মঞ্চৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে হাতীৰ খাদ্য উদ্ভিদ ৰোপন কাৰ্যসূচী
- পলাশবাৰীত সাহিত্য সংস্কৃতি বিকাশ গোষ্ঠী “কামৰূপৰ সাধাৰণ সভা