বাটৰ নাটেৰে সজাগতা সৃষ্টিৰ প্ৰয়াস

0 274

সঞ্জীৱনী লাইফ কেঞ্চাৰ সংস্থাই বিশ্ব ধূমপান নিষিদ্ধ দিৱস আজি উদযাপন কৰে।  সেই উপলক্ষে দীঘলীপুখুৰী পাৰত আজি সংস্থাৰ উদ্যোগত বাটৰ নাট মঞ্চস্থ হয় ।বাটৰ নাটত প্ৰাগজ্যোতিষ মহাবিদ্যালয়, দিছপুৰ কলেজ , ৰয়েল গ্লোবেল বিশ্ববিদ‍্যালয় , USTMৰ বিভিন্ন ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে । এই অনুষ্ঠানটো আগবঢ়োৱাত  সহযোগ কৰে  নুমলীগড় তেল শোধানাগাৰ আৰু গণেশগুৰিৰ ৰ’ জিমে ।

Leave A Reply

Your email address will not be published.