বালিপৰাৰ খেলুৱৈৰ সাফল্য

0 236

শোণিতপুৰৰ জিলা সদৰ তেজপুৰত অলপতে অনুষ্ঠিত হৈ যোৱা শোণিতপুৰ জিলা ভিত্তিত টাইকোৱানডো প্ৰতিযোগিতাত বালিপৰা টাইকোৱানডো এছোছিয়েচনৰ খেলুৱৈ সকলে অংশগ্ৰহণ কৰি মুঠ ১৫ টা পদক লাভ কৰি বৃহত্তৰ বালিপাৰা অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে ।জিলাখনৰ কেইবাশ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা প্ৰতিযোগীতাখনত বালিপৰা টাইকোৱানডো এচ’চিয়েচনৰ মুঠ ১৭ গৰাকী খেলুৱৈয়ে বিভিন্ন শাখাত অংশগ্ৰহণ কৰি ৬ টা সোণৰ পদক ,২ টা ৰূপৰ পদক আৰু ৬ টা ব্ৰঞ্জৰ পদকেৰে মুঠ ১৪ টা পদক লাভ কৰিবলৈ সক্ষম হৈছে ।

Leave A Reply

Your email address will not be published.