বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভৰ ক্ষেত্ৰত চৰাইদেউ মৈদাম ক্ষেত্ৰলৈ আহিল সুখবৰ। উল্লেখযোগ্য যে ভাৰতৰ পৰা ইউনিস্কোলৈ জানুৱাৰী মাহৰ শেষৰফালে চৰাইদেউ মৈদামৰ প্ৰাককলন প্ৰেৰণ কৰা হৈছিল। পুৰাতাত্ত্ব সঞ্চালকায়ৰ এক সূত্ৰই প্ৰকাশ কৰা অনুসৰি চৰাইদেউ মৈদামৰ সম্পৰ্কত ইউনেস্কোৱে ভাৰত চৰকাৰ আৰু সংশ্লিষ্ট বিভাগলৈ প্ৰেৰণ কৰা এক মেইলত উল্লেখ কৰা অনুসৰি মৈদামৰ প্ৰাক কলন পৰীক্ষা নিৰীক্ষা কৰি কাৰিকৰীভাৱে শুদ্ধ বুলি গ্ৰহণ কৰা হৈছে। অচিৰেই ইউনেস্কোৰ দল চৰাইদেউ মৈদামৰ পৰ্যবেক্ষণ বাবে আহিব।কোনো জটিলতা নথকাকৈ ভাৰতৰ প্ৰাক কলন ইউনেস্কোৱে গ্ৰহণ কৰাটো নিসন্দেহে ইতিবাচক বাৰ্তা কঢ়িয়াইছে।
Trending
- কামাখ্যাত অম্বুবাচী মহাযোগ ২০২৬ মেলাত প্ৰায় ৮ লাখ ভক্তৰ সমাগম -আজি মুকলি হ’ল মন্দিৰৰ দুৱাৰ
- আউনীআটি সত্ৰৰ সত্ৰাধিকাৰ তথা আউনীআটি আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ আচাৰ্য ড° পীতাম্বৰ গোস্বামীলৈ বিশেষ সম্বৰ্দ্ধনা জ্ঞাপন
- ধাৰাপুৰত দীক্ষা যোগ কেন্দ্ৰৰ উদ্যোগত আন্তৰ্জাতিক যোগ দিৱস উদযাপন
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- কামাখ্যাত অম্বুবাচী মহাযোগ ২০২৬ মেলাৰ শুভ উদ্বোধন কৰিলে পৰ্যটন মন্ত্ৰী অজন্তা নেওগে
- উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহা প্ৰৱন্ধকে পৰিদৰ্শন কৰিলে কামাখ্যা ৰেল ষ্টেচনৰ অম্বুবাচী মহাযোগৰ শিবিৰ
- আজাৰা কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰত পিএম-কিষাণৰ ২৩ সংখ্যক কিস্তি মুকলি
- ৰাভা দিৱসৰ পবিত্ৰ ক্ষণত অসম যুৱ পৰিষদৰ সন্মান- দুটা দশক ধৰি লোকসংগীতৰ সাধনাত ব্ৰতী শিল্পীগৰাকীক ৰাজহুৱা স্বীকৃতি
- প্ৰসাৰ তথা আধুনিকীকৰণে পশুপালন খণ্ডক অধিক জনমুখী কৰিব- মন্ত্ৰী নীলিমা দেৱী