দক্ষিণ কামৰূপৰ ঐতিহ্যমণ্ডিত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ স্থাপন কৰা বৰহেৰামদো সত্ৰত ৰাজ্য চৰকাৰৰ অসম দৰ্শন আঁচনিৰ অধীনত নিৰ্মীয়মান হ’বলগা অতিথিশালা গৃহৰ আজি আনুষ্ঠানিকভাৱে আধাৰশিলা স্থাপন কৰা হয়। সত্ৰ পৰিচালনা সমিতিৰ সভাপতি চন্দ্ৰ বৰুৱাই আধাৰশিলা স্থাপন কৰা অনুষ্ঠানটোৰ আঁতধৰে সম্পাদক মুকুল মহন্তই। উক্ত অনুষ্ঠানত সত্ৰখনৰ সত্ৰাধিকাৰদ্বয়ৰ লগতে পৰিচালনা সমিতিৰ প্ৰাক্তন তথা বৰ্তমানৰ বিষয়ববীয়াৰ উপৰিও ৰাইজ, আইসকল উপস্থিত থাকে। উল্লেখযোগ্য যে, ১৫৬৩ চনত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাই ঐতিহ্যমণ্ডিত বৰহেৰামদো সত্ৰখন স্থাপন কৰি ছমাহ কাল আছিল।
Trending
- NSE Enables Instant Order Acknowledgement in Nanoseconds Across All Segments
- অসম বিধান সভাৰ সাধাৰণ নিৰ্বাচন- ভোটদানৰ হাৰ: ৮৪.৪২শতাংশ
- আম্বেদকাৰ জয়ন্তী উদযাপন
- অসম সহ উত্তৰ পূৱত ভূমিকম্পৰ জোকাৰণি
- গুৱাহাটীৰ মেঘালয় সীমান্ত সংলগ্ন ৰাইজৰ মাজত ভোটদানৰ সজাগতা বৃদ্ধিৰ বাবে আৰক্ষীৰ পথ সঞ্চালন অভিযান
- ৭ এপ্ৰিলত সন্ধিয়া ৫:০০ বজাৰ পৰা আৰম্ভ নীৰৱতাৰ সময়
- লেখিকা মণিৰূপা মিশ্ৰৰ ‘অনুভৱৰ কেইটিমান পৃষ্ঠা’ কাব্যগ্ৰন্থ উন্মোচন
- গুৱাহাটীৰ কাষৰীয়া মেঘালয় সীমান্তবৰ্তী পথ আৰু অঞ্চলত আৰক্ষী – প্ৰশাসনৰ ব্যাপক সতৰ্কতা- প্ৰৱেশ পথত চি চি টি ভি স্থাপন
- গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ছাত্ৰ দিৱস উদযাপন
- ৰাণীত বিজেপিৰ নিৰ্বাচনী সভা -এইবাৰৰ নিৰ্বাচন উন্নয়নৰ স্বাৰ্থত নিৰ্বাচন – নীতিন গাডকাৰী