বৰাক উপত্যকাত অসমীয়া ভাষা শিকণৰ প্ৰথমটো কেন্দ্ৰ অসম সাহিত্য সভাই মুকলি কৰিছে।তেজপুৰ বিশ্ববিদ্যালয় আৰু ৰাজ্যৰ আন ব্যক্তিগত বিশ্ববিদ্যালয়ৰ সহযোগিতাত অসমৰ সকলো অঞ্চলিক ভাষা কেন্দ্ৰটোত শিকোৱা হ’ব।কালি আনুষ্ঠানিকভাবে কেন্দ্ৰটো মুকলি কৰি পৰমানন্দ ৰাজবংশীয়ে কয় যে কেন্দ্ৰটোত অসমীয়াৰ লগতে আঞ্চলিক ভাষাও শিকোৱা হ’ব।পাঠ্যক্ৰমৰ সময়সীমা ছমাহৰ পৰা এবছৰ পৰ্যন্ত হ’ব।উল্লেখযোগ্য যে অসম সাহিত্য সভাই অসমীয়া ভাষা ব্যৱহাৰৰ প্ৰসংগত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে ।
Trending
- National Lok Adalat & Consumer Awareness Programme on Lok Adalat Organized
- ডিমৰীয়া মহাবিদ্যালয়ত বিশ্ব অ’জন দিৱস ২০২৪ৰ ৰাজ্যিক পৰ্যায়ৰ অনুষ্ঠান
- দিল্লী ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলৰ গ্ৰেটাৰ নয়ডাৰ ইণ্ডিয়া এক্সপো মাৰ্টত কালিৰেপৰা অনুষ্ঠিত হৈছে চেমিকন ইণ্ডিয়া২০২৪’ সন্মিলন
- Career Counselling Seminar held at ADBU
- এয়াৰটেল ফাইনান্সে আৰম্ভ কৰিছে নতুন আঁচনি
- সুধাকন্ঠৰ সমাধি ক্ষেত্ৰত অনুষ্ঠিত হ’ল স্মৃতি তৰ্পণ অনুষ্ঠান
- জুবলী ফাউণ্ডেচনৰ উদ্যোগত মৃতকৰ অংগদান কৰ্মশালা
- এয়াৰটেলে তীব্ৰতৰ বাউজিং গ্ৰাহকক প্ৰদান কৰিছে
- গুৱাহাটী কবি কিশোৰ কুমাৰ জৈনৰ দুখনকৈ কাব্যগ্ৰন্থ উন্মোচন
- তামুলপুৰত অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা সম্পৰ্কীয় প্ৰশিক্ষণ