গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ কাঁহিকুছিস্থিত কৃষি বিজ্ঞান কেন্দ্ৰ, কামৰূপৰ উদ্যোগত ১৮জুলাইত দক্ষিণ কামৰূপৰ ৰঙামাটি গাঁৱৰ আদৰ্শ কৃষক চিদামোহন দাসৰ খেতিপথাৰত এপাৰ্ট প্ৰকল্পৰ অত্যাধুনিক ভুঁই ৰোৱা যন্ত্ৰৰ প্ৰদৰ্শন কৰা হয়। কৃষি বিজ্ঞান কেন্দ্ৰৰ এপাৰ্ট প্ৰকল্পৰ কাৰিকৰী গৱেষণা সহায়ক অৰূপজ্যোতি কাকতি আৰু অনন্ত গগৈয়ে ১২বিঘা মাটিত কম খৰছ আৰু কম সময়ত কিদৰে অত্যাধুনিক যন্ত্ৰৰ সহায়ত ভুঁই ৰুব পাৰি তাৰ প্ৰদৰ্শন কৰে। প্ৰদৰ্শনৰ সময়ত চিদামোহন দাসৰ উপৰি অঞ্চলটোৰ কেবাগৰাকী কৃষক উপস্থিত থাকে।
Trending
- এয়াৰটেলৰ ২০২৬ বৰ্ষৰ গ্ৰাহক দিৱস পালন
- NSE concludes the process for selection of intermediaries for proposed IPO
- ছাটাৰগাঁৱত মানুহ আৰু জীৱ–জন্তুৰ সহাৱস্থান শীৰ্ষক আলোচনা চক্ৰ
- বঢ়মপুৰ আৰু নগাঁৱত বহুকেইটা প্ৰকল্পৰ উদ্বোধন
- Ayushi Jain assumes charge as 34th District Commissioner of Darrang
- আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত বক্তৃতানুষ্ঠান আৰু বিজ্ঞান সজাগতামূলক কাৰ্যসূচী
- NSE Celebrates 30 Years of Nifty 50: India’s Flagship Index
- খাদী আৰু গ্ৰামোদ্যোগ আয়োগত আন্তৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন
- ৩১মাৰ্চৰ পূৰ্বে যানবাহনৰ যাৱতীয় কৰ পৰিশোধ কৰি নথিপত্ৰ সঠিক কৰক-পৰিবহণৰ বিশেষ কতৰ্ব্যৰত বিষয়া গৌতম দাসৰ কাতৰ অনুৰোধ
- Organic Festival cum Exhibition by NECTAR under PM-DevINE Scheme