মেঘালয়ত এন পি পি দলে ২৭খন আসন লাভ কৰিলে

0 170

মেঘালয়ৰ বিধানসভাত কনৰাড চাংমাৰ এনপিপি দলে ২৭ খন আসন লাভ কৰি সবাতোটকৈ বেছি আসন লাভ কৰিছে। বিজেপিয়ে মাত্ৰ ২ খন আসনহে লাভ কৰিবলৈ সক্ষম হয়।

আনহাতে কংগ্ৰেছ ৫খন,তৃণমূল কংগ্ৰেছে ৫খন আৰু অন্যান্যই লাভ কৰে ২০খন আসন।অন্যান্যৰ ২০ খন আসনৰ ভিতৰত নিৰ্দলীয় ২খন, এইচএছপিডিপি য়ে ২খন, পিডিএফ য়ে ২ খন, ইউডিপি য়ে ১০ খন, ভিপিপি য়ে চাৰিখন আসন দখল কৰিছে।

Leave A Reply

Your email address will not be published.