আজি বি বৰুবা মহাবিদ্যালয়ৰ ভূগোল বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক, “প্ৰিয়জন,সন্ধ্যাৰাগ”,অনিৰ্বাণ” আদি চলচিত্ৰৰ কৰ্মী, বিশিষ্ট লেখক ভূৱন লহকৰক পৰাগজ্যোতি প্ৰকাশন” ৰ পৰা নিজ বাসভৱন গুৱাহাটী মহানগৰৰ চান্দমাৰীস্থিত বাসভৱনত ফুলাম গামোছা, স্মাৰক, গ্ৰন্থৰে সম্বৰ্দ্ধনা জনায় । প্ৰকাশনৰ সচিব, সাংবাদিক, কবি দীপক শৰ্মাই আত ধৰা সভাত অংশ লৈ অসম সাহিত্য সভাৰ প্ৰাক্তন সহ: সম্পাদক, ‘সাহিত্য কোৱৰ’ কমল কলিতাই কয়– “প্ৰচাৰ বিমুখ সাহিত্য সাধক, বিভিন্ন চলচিত্ৰৰ স’তে জড়িত আছিল ভূৱন লহকৰ । সমাজত একাংশ লোকে বৰ নিৰৱে কাম কৰি থাকে । তেখেত সকলে ৰজাঘৰীয়াৰ দৃষ্টিত নপৰে । নিৰৱ সাধক সকলক ৰজাঘৰীয়াই চিনি পুৰস্কৃত কৰিব লাগে । ভূৱন লহকৰে সম্বৰ্দ্ধনা লৈ পৰাগজ্যোতি প্ৰকাশনৰ প্ৰচেষ্টাৰ শলাগ লয়।
Trending
- আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত বক্তৃতানুষ্ঠান আৰু বিজ্ঞান সজাগতামূলক কাৰ্যসূচী
- NSE Celebrates 30 Years of Nifty 50: India’s Flagship Index
- খাদী আৰু গ্ৰামোদ্যোগ আয়োগত আন্তৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন
- ৩১মাৰ্চৰ পূৰ্বে যানবাহনৰ যাৱতীয় কৰ পৰিশোধ কৰি নথিপত্ৰ সঠিক কৰক-পৰিবহণৰ বিশেষ কতৰ্ব্যৰত বিষয়া গৌতম দাসৰ কাতৰ অনুৰোধ
- Organic Festival cum Exhibition by NECTAR under PM-DevINE Scheme
- Assam Govt Launches Key Initiatives to Boost Livestock Sector
- পূব ধাৰাপুৰত অংগনাৱাড়ী কেন্দ্ৰৰ মেৰামতি কাৰ্যৰ শুভাৰম্ভ
- ২০২৫-২৬বিত্তীয় বৰ্ষৰ অন্তিম মাহ! মাৰ্চত আশীৰ্বাদ মাহৰ কাৰ্যসূচী পৰিবহণ বিভাগৰ
- গুৱাহাটী কপাঁলে অগপই, সংকল্প সমাৰোহত কেইবা সহস্ৰাধিকৰ উপস্থিতি সুৰক্ষিত আৰু বিকশিত অসমৰ দায়বদ্ধতা প্ৰকাশ অগপ সভাপতি অতুল বৰাৰ
- কাঁহিকুছিত তিনিদিনীয়া কৃষি পাম প্ৰশিক্ষণ শিবিৰৰ সামৰণি