শিল্পীৰ গুৰুত্বপূৰ্ণ পদক্ষেপ

0 262

অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী তথা Rescue শিৱসাগৰৰ উপদেষ্টা মানস ৰবীনৰ পৃষ্ঠপোষকতাত আৰু স্বেচ্ছাসেৱী সংগঠন RESCUE সহযোগিতাত শিৱসাগৰ জিলাৰ স্বপ্নালয় ৰ কণ কণ শিশু সকলক শিৱসাগৰ জিলাৰ ভাস্কৰজ্যোতি চিত্ৰ গৃহত অস্কাৰলৈ মনোনীত হোৱা Village Rockstar চিনেমাখন দেখুৱায় । এই কাৰ্যসূচীত সহযোগিতা কৰে ভাস্কৰজ্যোতি চিত্ৰগৃহৰ ভাস্কৰ হাজৰিকা,কণ্ঠশিল্পী ৰেবজিত ৰাজ আৰু কণ্ঠশিল্পী দেৱজিত বৰাই|          খবৰ যুগুতালে শিৱসাগৰৰ পৰা  দিলিস্তান খানে|

Leave A Reply

Your email address will not be published.