অসমৰ একমাত্ৰ ন’জ পেইণ্টাৰ শিৰোমণি দলেই কালি ছহিদ কমলা মিৰি শীৰ্ষক অভিযানৰ দ্বাৰা বিশ্বৰেকৰ্ড গঢ়াৰ বাবে ঢকুৱাখনাৰ পৰা জোনাইলৈ প্ৰায় ১৭০কি.মি পথ স্কুটি চলাই নাকেৰে ৮খনকৈ ছবি অংকন কৰি অভিলেখ সৃষ্টি কৰে।কালি পুৱা ঢকুৱাখনাৰ পৰা আৰম্ভ হোৱা এই অভিযানত প্ৰায় ১৭০কিলো মিটাৰ পথ অতিক্ৰমৰ অন্তত জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত সামৰণি পৰে ।লগতে অস্কাৰৰ বাবে মনোনীত হোৱা ভিলেজ ৰকষ্টাৰ্ছৰ প্ৰচাৰৰ বাবে কেইবাখনো তৈলচিত্ৰ অংকন কৰি জনসাধাৰণৰ আগত প্ৰদৰ্শন কৰে।
Trending
- ডিব্ৰুগড় চহৰত অম্ৰুটৰ অধীনত নিৰ্মীয়মান পানী যোগান প্ৰকল্পসমূহ পৰিদৰ্শন মন্ত্ৰী অশোক সিংহলৰ
- জামুগুৰিহাটৰ নাহৰবাৰীত দূস্প্ৰাপ্য ঈগল চৰাই উদ্ধাৰ
- কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাত অসম ৰাজ্যিক কংগ্ৰেছ দলৰ তিনি যুৱক-৪০৮০ কিলোমিটাৰ যাত্ৰাৰ অন্তত শ্ৰীনগৰ লালচকত সামৰণী
- ঢকুৱাখনাত গাঁওৰক্ষী বাহিনীৰ প্ৰতিষ্ঠা দিৱস পালন
- পথৰুঘাটৰ কৃষকৰ আত্মত্যাগৰ ইতিহাসক দেশ-বিদেশত প্রচাৰ উদ্দেশ্যে তথ্য চিত্ৰ নিৰ্মাণ কৰিব ৰাজ্য চৰকাৰে
- অসমৰ পৰৱৰ্তী আৰক্ষী সঞ্চালকৰ নাম ঘোষণা
- শ্ৰীমন্ত শংকৰদেৱ সংঘৰ তিতাবৰ জিলাৰ বিংশতিতম বাৰ্ষিক অধিবেশন আৰম্ভ
- খানামুখত মিনি ফুটবল প্ৰতিযোগিতা আৰম্ভ
- তিনিচুকীয়াৰ জিলা প্ৰশাসনৰ সৈতে অইল ইণ্ডিয়াৰ গ্ৰামোন্নয়ন চুক্তি
- গুৱাহাটী মহানগৰীৰ উন্নয়ন সন্দৰ্ভত ৰাজ্যিক উদ্ভাৱন আৰু ৰূপান্তৰ আয়োগৰ গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ মন্ত্ৰী অশোক সিংহলৰ