জাতি ,মাটি ,ভেটি ৰক্ষা কৰা তথা ৰাইজৰ হকে কাম কৰাৰ উদ্দেশ্যে এবছৰ পূৰ্বে প্ৰতিষ্ঠা লাভ কৰা নৱ নিৰ্মাণ ভাৰত নামৰ সংস্থাটোৱে আজি এক সংবাদ মেল যোগে তেওঁলোকৰ লক্ষ্য উদেশ্য ব্যক্ত কৰে। সংবাদ মেলত সংস্থাৰ অসম প্ৰান্তৰ সভাপতি বিশাল জ্যোতি কলিতাই কয় যে আমাৰ লক্ষ্য উদ্দেশ্যৰ প্ৰতি যি দলে সমৰ্থন দিব তেওঁলোকৰ চৰকাৰ হোৱা বিচাৰিম। তেওঁ কয় যে আমাৰ লক্ষ্য উদ্দেশ্য সমূহ হল , নাৰী সবলীকৰণ ,নাৰী সুৰক্ষা, সামূহিক বিবাহ, একলব্য বিদ্যালয় স্থাপন, অনাথ আশ্ৰম বিশেষ ভাবে সক্ষম সকলৰ বাবে আশ্ৰম স্থাপন বৃদ্ধাশ্ৰম স্থাপন ইত্যাদি।উল্লেখযোগ্য যে এই সংগঠনটোৱে অসমৰ বিভিন্ন ঠাইত বিভিন্ন কাৰ্য্যসূচী গ্ৰহণ কৰি আহিছে।খবৰ যুগুতালে হিৰকজ্যোতিয়ে..
Trending
- দখলা কলিতাপাৰাত আদৰ্শ অঙ্গনাবাদী কেন্দ্ৰৰ আধাৰশিলা স্থাপন- বিধায়ক হেমাংগ ঠাকুৰীয়াৰ
- ৰাজ্যপালৰ সৈতে ভাৰত আৰু ৰাষ্ট্ৰীয় যুৱ মহোৎসৱৰ পৰ্যালোচনা বৈঠক
- কামৰূপৰ জিলাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ উদ্যোগত সোনাপুৰ মহাবিদ্যালয়ত বিশ্ব এইডছ দিৱস উদযাপন
- ৰাজপথত সুৰক্ষিত যাতায়াত বাহাল ৰখাত সতৰ্ক পৰিবহণ বিভাগ
- লেংডন ফাউণ্ডেশ্যনৰ উদ্যোগত গুৱাহাটীত চ্যুকাফা দিবস উদযাপন
- প্ৰথমবাৰৰ বাবে গুৱাহাটীত খেলিব চীন-জাপানৰ শ্বাটলাৰে
- Young prodigy Avaneesh Kashyap clinches top spot in Guwahati Chess Classics 2024
- লোকসেৱা ভৱনত মন্ত্ৰী অশোক সিংহল আৰু মুখ্য সচিবৰ উপস্থিতিত ‘মিছন ফ্লাড ফ্ৰী গুৱাহাটীৰ গুৰুত্বপূৰ্ণ বৈঠক
- বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত এঘাৰ মাহত ৬০৮২ টা গৰু জব্দ , ৯৬ জন ভাৰতীয় আৰু ৩৫ জন বাংলাদেশী চোৰাং কাৰবাৰীক গ্ৰেপ্তাৰ বি এছ এফৰ
- এলজি ইলেকট্রনিকছ ইণ্ডিয়া আৰু কোৰিয়ান কালচাৰেল চেণ্টাৰ ইণ্ডিয়াৰ সৰ্বভাৰতীয় কে- পপ প্ৰতিযোগিতাৰ গ্ৰেণ্ড ফাইনেলে অনুষ্ঠিত