১২বছৰ বয়সতে মেট্ৰিক পৰীক্ষাত বহিব

0 458

এজন বাৰ বছৰীয়া কিশোৰ।কিশোৰজনৰ ঘৰ মণিপুৰৰ চৌৰাচান্দপুৰ জিলাৰ কংভাই গাঁৱত ।সম্প্রতি কিশোৰজন সমগ্র দেশৰ শৈক্ষিক মহলত বিশেষ ভাবে চৰ্চা লাভ কৰিছে। শুনি আচৰিত হ’ব যে কিশোৰজনে মাত্র বাৰ বছৰ বয়সতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত বহাৰ সুযোগ লাভ কৰিছে ।আইজাক পললোংমান ভাফেই নামৰ এই কিশোৰজনে হাইস্কুল শিক্ষান্ত পৰীক্ষাত বহাৰ সুযোগ লাভ কৰিছে । জানিব পৰা মতে অহা ১৭ ফ্রেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব লগীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ’ব ।ইতিমধ্যে ইয়াৰ বাবে প্ৰস্তুতি অব্যাহত আছে। উল্লেখযোগ্য যে মাত্র বাৰ বছৰ বয়সতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অবতীৰ্ণ হোৱা আইজাক উত্তৰ পূৰ্বৰ সৰ্ব্ব কনিষ্ঠ শিক্ষাৰ্থী ।

Leave A Reply

Your email address will not be published.