এজন বাৰ বছৰীয়া কিশোৰ।কিশোৰজনৰ ঘৰ মণিপুৰৰ চৌৰাচান্দপুৰ জিলাৰ কংভাই গাঁৱত ।সম্প্রতি কিশোৰজন সমগ্র দেশৰ শৈক্ষিক মহলত বিশেষ ভাবে চৰ্চা লাভ কৰিছে। শুনি আচৰিত হ’ব যে কিশোৰজনে মাত্র বাৰ বছৰ বয়সতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত বহাৰ সুযোগ লাভ কৰিছে ।আইজাক পললোংমান ভাফেই নামৰ এই কিশোৰজনে হাইস্কুল শিক্ষান্ত পৰীক্ষাত বহাৰ সুযোগ লাভ কৰিছে । জানিব পৰা মতে অহা ১৭ ফ্রেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব লগীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ’ব ।ইতিমধ্যে ইয়াৰ বাবে প্ৰস্তুতি অব্যাহত আছে। উল্লেখযোগ্য যে মাত্র বাৰ বছৰ বয়সতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অবতীৰ্ণ হোৱা আইজাক উত্তৰ পূৰ্বৰ সৰ্ব্ব কনিষ্ঠ শিক্ষাৰ্থী ।
Trending
- এ ইউ আই ডি এফ চি এল-ৰ পৰিচালনা পৰিষদৰ ১৪ সংখ্যক বৈঠক অনুষ্ঠিত
- দিছপুৰত মুখ্যমন্ত্ৰীৰে সৌহাৰ্দপূৰ্ণ আলোচনা অসম বাৰ্তাজীৱী সংঘৰ
- অসমত ৰপ্তানি সুবিধা কেন্দ্র স্হাপনৰ বাবে কেন্দ্রক আহ্বান উদ্যোগ মন্ত্ৰী বিমল বড়াৰ
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ উত্তৰ পূব মণ্ডলৰ মুৰব্বী হিচাপে প্ৰথমজন অসমীয়া মনোজ কুমাৰ শৰ্মা বৰদলৈৰ কাৰ্যভাৰ গ্ৰহণ
- আই এ এছ এছ টি, গুৱাহাটীত প্লাজমা পদার্থবিজ্ঞান গৱেষকৰ তিনিদিনীয়া অধিৱেশনৰ আয়োজন
- তিনিচুকীয়াত স্বাস্থ্য সেৱাৰ পৰ্যালোচনা, তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ নতুন ৰক্ত ভাণ্ডাৰৰ শুভ উদ্বোধন
- অসম চৰকাৰৰ বন বিভাগৰ ৰাজহ বৃদ্ধিত অৰিহণা যোগাই আহিছে এমট্রনৰ পৰ্টেলে – অধ্যক্ষ ৰমেন্দ্ৰ নাৰায়ণ কলিতা
- গুৱাহাটী বিশ্ববিদ্যালয়ৰ তথ্য প্ৰযুক্তি বিভাগৰ উদ্যোগত কৃত্ৰিম বুদ্ধিমত্তা আৰু তথ্য প্ৰযুক্তি বিষয়ক গ্ৰীষ্মকালীন ইণ্টাৰ্নশ্বিপ কাৰ্যসূচীৰ শুভাৰম্ভ
- BRPNNL Delegation Felicitated by BRO for Support in Vikramshila Setu Restoration
- কামাখ্যাত অম্বুবাচী মহাযোগ ২০২৬ মেলাত প্ৰায় ৮ লাখ ভক্তৰ সমাগম -আজি মুকলি হ’ল মন্দিৰৰ দুৱাৰ