১৬জানুৱাৰীৰ পৰা অসমত আৰম্ভ হ’ব ক’ভিড১৯ প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়া

0 436

১৬ জানুৱাৰীৰ পৰা অসমত আৰম্ভ হ’ব ক’ভিড-১৯ ৰ প্ৰতিষেধক প্ৰদানৰ প্ৰক্ৰিয়া। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে উক্ত দিনা আনুষ্ঠানিক ভাৱে ভেকচিন প্ৰদান প্ৰক্ৰিয়াৰ শুভাৰম্ভ কৰিব।

গুৱাহাটীৰ হেঙেৰাবাৰীস্থিত স্বাস্থ্যসেৱা সঞ্চালকালয়ৰ কাৰ্যালয়ত মজুত কৰি ৰখা হৈছে দুই লক্ষাধিক ক’ভিড ভেকচিন।ইয়াৰে একাংশ প্ৰতিষেধক আজি বৰাক উপত্যকাৰলৈ যোৱা হ’ব।

Leave A Reply

Your email address will not be published.