৪টা বছৰ অতিক্ৰম কৰিলে সোণোৱাল চৰকাৰে

0 319

আজি ৪বছৰ সম্পূৰ্ণ কৰিলে সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰে।বহু সফলতা বিফলতা,প্ৰশংসা,সমালোচনাৰ মাজেৰে চৰকাৰখনে ৪টাবছৰ অতিক্ৰম কৰিলে।
 
 
 
দুৰ্নীতি,ভ্ৰষ্টাচাৰ বিৰুদ্ধে চৰকাৰ খনে বহু সময়ত মাত মাতি আহিছে।বিশেষকৈ চৰকাৰখনৰ দিনত বহু উন্নয়ন মূলক কাম কাজ হৈছে।
 
 
 
 
২০১৬চনৰ ২৪মে’ত খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰৰ প্ৰাংগনত শপত গ্ৰহণ কৰিছিল। শপত গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী,সভাপতি অমিত শ্বাহ উপস্থিত আছিল।

Leave A Reply

Your email address will not be published.