অসম আৰু অসমীয়াৰ স্বভিমানৰ প্ৰতীক গামোচাই লাভ কৰিলে জি আইৰ টেগ।বগা সুতাৰ মাজত ৰঙা পাৰি আৰু ফুল সন্নিবিষ্ট থকা গামোচাই অসম আৰু অসমীয়াৰ পৰিচয় বহন কৰে।২০০৭চনত মুগা সুতাই,২০০৫চনত কাৰ্বিআলঙৰ আদাই জি আইৰ টেগ লাভ কৰিছিল।ইয়াৰ উপৰিও জহা চাউল,তেজপুৰৰ লিচুৱে ইতিমধ্যে জি আইৰ টেগ লাভ কৰিছে।Geographical indication registry ৰ জাৰ্ণেলত গামোচাৰ বিষয়ে এনেদৰে প্ৰকাশ পাইছে-গামোচা অসমৰ পৰম্পৰাগত বস্ত্ৰশিল্প।ই অসমৰ পৰিচয় বহন কৰে।গামোচাই অসমীয়া সংস্কৃতিক প্ৰতিনিধিত্ব কৰে।পুৰুষ মহিলা উভয়ে গামোচা ব্যৱহাৰ কৰে।বিশেষকৈ বিহুত গামোচাৰ ব্যৱহাৰ হয়।প্ৰতিজন অসমীয়াই কান্ধত গামোচা লৈ নামঘৰলৈ যায়।চ’চিয়েল মেডিয়াত ভাইৰেল হোৱা এই খবৰে সকলোকে আনন্দিত কৰি তুলিছে।
Trending
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ
- প্ৰাদেশীকৃত পৌৰ কৰ্মচাৰীসকলৰ বকেয়া দৰমহা শীঘ্ৰে মুকলি কৰাৰ আশ্বাস মন্ত্ৰী কৌশিক ৰায়ৰ
- উন্নত স্বাস্থ্যসেৱাৰ লক্ষ্যৰে GMCHৰ আধুনিকীকৰণৰ পৰিকল্পনা
- লেজিনেছ ছেভ-এইচ ডি এফ চিৰ নতুন সজাগতা অভিযান
- উন্নয়নমূলক সাংবাদিকতাৰ বাৰ্তা বাহক এন ই ফ’কাচ ডট কমে অতিক্রম কৰিলে সম্পূর্ণ ১০ বছৰ
- APRINS Launches Post-Flood Livelihood Restoration Initiative for Affected Families in Garmur Miri
- বন্দে মাতৰম ধ্বনিৰে মুখৰিত আকাশ – বতাহ – ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ উদ্যোগত বৰঝাৰত ৱাকাথন আৰু ত্ৰিৰংগা বাইক ৰেলী