নুমলীগড শোধনাগাৰ লিমিটেডে কেন্দ্ৰীয় সৰ্তকতা আয়োগৰ নিৰ্দেশনা অনুসৰি সত্যনিষ্ঠা এক জীৱন শৈলী থীমেৰে সৰ্তকতা সপ্তাহ অনুষ্ঠিত হয়। জানিব পৰা মতে এই সৰ্তকতা সপ্তাহ ২৮ অক্টোবৰৰ পৰা ২নৱেম্বৰলৈ অনুষ্ঠিত হয়।সৰ্তকতা সপ্তাহত শপত বাক্য পাঠ কৰায়।সৰ্তকতা সপ্তাহৰ লগত সংগতি ৰাখি বিদ্যালয় পৰ্য্যায়ৰ ছাত্ৰ ছাত্ৰী আৰু হিতাধিকাৰী সকলৰ মাজত ৰচনা প্ৰতিযোগিতা,পোষ্টাৰ মেকিং প্ৰতিযোগিতা,পেইণ্টিং প্ৰতিযোগিতা অনুষ্ঠিত হয়।প্ৰতিযোগিতাসমূহত বোকাখাট সংমণ্ডলৰ গোলাঘাট জিলাৰ ২৫খন বিদ্যালয়ৰ ১২খন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।আনহাতে এন আৰ এলৰ চি এছ আৰৰ অধীনত আদৰ্শ গাঁও হিচাপে গঢ দিয়া নতুন পথাৰ নতুন গাঁৱত এখন গ্ৰাম্য সভা অনুষ্ঠিত কৰে।কোম্পানীৰ পৰিচালন সঞ্চালক এছ কে বৰুৱাৰ লগতে প্ৰণিতা ডেকাই কাৰ্য্যসূচীৰ সম্পৰ্কে সভাক অৱগত কৰায়।
Trending
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ
- প্ৰাদেশীকৃত পৌৰ কৰ্মচাৰীসকলৰ বকেয়া দৰমহা শীঘ্ৰে মুকলি কৰাৰ আশ্বাস মন্ত্ৰী কৌশিক ৰায়ৰ
- উন্নত স্বাস্থ্যসেৱাৰ লক্ষ্যৰে GMCHৰ আধুনিকীকৰণৰ পৰিকল্পনা
- লেজিনেছ ছেভ-এইচ ডি এফ চিৰ নতুন সজাগতা অভিযান
- উন্নয়নমূলক সাংবাদিকতাৰ বাৰ্তা বাহক এন ই ফ’কাচ ডট কমে অতিক্রম কৰিলে সম্পূর্ণ ১০ বছৰ
- APRINS Launches Post-Flood Livelihood Restoration Initiative for Affected Families in Garmur Miri
- বন্দে মাতৰম ধ্বনিৰে মুখৰিত আকাশ – বতাহ – ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ উদ্যোগত বৰঝাৰত ৱাকাথন আৰু ত্ৰিৰংগা বাইক ৰেলী
- গুৱাহাটী বিশ্ববিদ্যালয়ত নৱাগত স্নাতকোত্তৰ শিক্ষাৰ্থী