Tha Dodo চুটি ছবিখনে কঢ়িয়াই আনিছে আন্ত:ৰাষ্ট্ৰীয় সন্মান

0 148

বানপানী অসমৰ এক গুৰুত্বপূৰ্ণ সমস্যা।এই বানপানী ওপৰত চুটি ছবি নিৰ্মাণ কৰি কেইবাখনো চলচিত্ৰ লৈ মনোনীত হৈছে The Dodo য়ে। মজিন মৰাণৰ প্ৰযোজনা আৰু পিংকু মৰাণৰ পৰিচালনাত নিৰ্মাণ হোৱা এই ছবি খনে কোচিন আন্ত:ৰাষ্ট্ৰীয় চুটি ছবি মহোৎসৱলৈ প্ৰথম পৰ্যায়ত বাচনি হৈছে।উল্লেখযোগ্য যে প্ৰায় ১৬ মিনিট দৈৰ্ঘ্য এই ছবিখনত বানপানী আৰু জনজীৱনক লৈ নিৰ্মাণ কৰা হৈছে। তিনিচুকীয়াৰ কৰদৈগুৰি অঞ্চলত ছবি খনৰ শ্বুটিং হৈছে।জানিব পৰা মতে এই ছবিখনে মুম্বাই,ডুবাই দৰে চলচিত্ৰ মহোৎসৱতো সন্মান লাভ কৰিছে।

Leave A Reply

Your email address will not be published.