ভোগালী মানে ভোগৰ বতৰ। হাঁহে-মাহে মাছে-মঙহে এসাজ ভালকৈ খোৱাৰ বতৰ । শুনা যায় মেজি সাজি মেজিৰ জুঁইৰ উম ল’বলৈ অথবা সমূহীয়াকৈ এসাজ খোৱাৰ উদ্দেশ্যেৰে ভেলাঘৰ সজা হয়। সময় পৰিবৰ্ত্তনৰ লগে লগে ভেলাঘৰ ন ন ৰূপত সজোৱা পৰিলক্ষিত হৈছে। বিভিন্ন ঠাইৰ বিভিন্ন ধৰণৰ ভেলাঘৰৰ ফটোৰে আজি NE Focus.com ৰ পৃষ্ঠা সজোৱা হৈছে। ফটো সমূহ আামলৈ প্ৰেৰণ কৰিলে বিশ্বনাথৰ ভাৰ্গৱ বৰুৱা, দুধনৈৰ সাংবাদিক বেনজিন বড়ো, নলবাৰীৰ সাংবাদিক চেলিম মালিক, তেজপুৰৰ সাংবাদিক ধ্ৰুৱজ্যোতি নাথে। আশা কৰিছো ভেলাঘৰ চাই ভাল পাব । এই চেগতে সকলোকে ভোগালী বিহুৰ ওলগ জনালো।
Trending
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন
- জ্ঞানমালিনী সাহিত্য সভাৰ আজীৱন সভ্য ভৰ্ত্তি অভিযান
- এয়াৰটেলৰ গ্ৰাহকৰ বাবে বিশেষ সুবিধা
- সাংসদ গৌৰৱ গগৈৰ দাবীৰ প্ৰতি সঁহাৰি ৰেলৱে বোৰ্ডৰ -ডুমডুমা ৰেলৱে ষ্টেচন পুনৰ মুকলি কৰি যাত্ৰী সংৰক্ষণ ব্যৱস্থা(passenger reservation system) স্থাপনৰ দাবীক মান্যতা