ভেলাঘৰে ভেলাঘৰে …

0 688

ভোগালী মানে ভোগৰ বতৰ। হাঁহে-মাহে মাছে-মঙহে এসাজ ভালকৈ খোৱাৰ বতৰ । শুনা যায় মেজি সাজি মেজিৰ জুঁইৰ উম ল’বলৈ অথবা সমূহীয়াকৈ এসাজ খোৱাৰ উদ্দেশ্যেৰে ভেলাঘৰ সজা হয়। সময় পৰিবৰ্ত্তনৰ লগে লগে ভেলাঘৰ ন ন ৰূপত সজোৱা পৰিলক্ষিত হৈছে। বিভিন্ন ঠাইৰ বিভিন্ন ধৰণৰ ভেলাঘৰৰ ফটোৰে আজি NE Focus.com ৰ পৃষ্ঠা সজোৱা হৈছে। ফটো সমূহ আামলৈ প্ৰেৰণ কৰিলে বিশ্বনাথৰ ভাৰ্গৱ বৰুৱা, দুধনৈৰ সাংবাদিক বেনজিন বড়ো, নলবাৰীৰ সাংবাদিক চেলিম মালিক, তেজপুৰৰ সাংবাদিক ধ্ৰুৱজ্যোতি নাথে। আশা কৰিছো ভেলাঘৰ চাই ভাল পাব । এই চেগতে সকলোকে ভোগালী বিহুৰ ওলগ জনালো।

IMG-20170112-WA0032

 IMG-20170112-WA0031

IMG-20170112-WA0033


IMG-20170112-WA0036

IMG-20170112-WA0035

IMG-20170112-WA0032

IMG-20170112-WA0034

Leave A Reply

Your email address will not be published.