পতঞ্জলি মেগা ফুডক পাৰ্কক উদ্দেশ্য কৰি পতঞ্জলি যোগপীঠৰ হৈ বালাকৃষ্ঞণ আচাৰ্য্যই আজি গুৱাহাটী প্ৰেচ ক্লাৱত এক সংবাদ মেল আয়োজন কৰে। উক্ত সংবাদ মেলখনত সদৰী কৰে যে পতঞ্জলিৰ মেগা ফুড পাৰ্কৰ সমূহ কাম কাজ জুলাই মাহত সম্পাদন হ’ব। প্ৰায় ৫০০০ নিবনুৱাই এই ফুড পাৰ্কৰ পৰা উপকৃত হ’ব, নিযুক্তি লাভ কৰিব। ইয়াৰ বিপৰীতে ৫০,০০০ ৰ পৰা ১ লাখ লোকে কৰ্মসংস্থাপন লাভ কৰিবলৈ সক্ষম হ’ব। প্ৰাৰম্ভিকতে বিস্কুট, মৌজোল, বন ঔষধি আদিৰ উৎপাদন কৰাৰ মন্তব্য কৰে। লগতে যোগক কেন্দ্ৰ কৰি ভাৰতীয় সংস্কাৰ থকা আধুনিক ৰূপৰ ১০ খন বিদ্যালয় স্থাপন কৰাৰ কথা ব্যক্ত কৰে। পতঞ্জলি নিযুক্তি লাভ কৰিব লগা সমূহ নিবনুৱাৰ সাক্ষাৎকাৰ Girijananda Choudhury Institute ত অনুষ্ঠিত হ’ব।
Trending
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন
- ৰাণীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী দিৱস উদযাপন
- আজি মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই
- Review Meeting on Expenditure Monitoring Mechanisms Held at Barpeta
- First-Level Randomisation of EVMs and VVPATs Conducted in Barpeta Ahead of Polls
- ১৮ মাৰ্চত প্ৰকাশ পাব বিজেপিৰ সম্পূৰ্ণ প্ৰাৰ্থী তালিকা
- East Jaintia Hills declares 116 villages Child Marriage Free Zones after 100-day campaign
- অসম সন্তান, কাশী হিন্দু বিশ্ববিদ্যালয়ত অধ্যাপক প্ৰদীপ কুমাৰ গোস্বামীক সন্মান প্ৰদান

Nice information…
Thanks a lot for informations….
Can you advise me a good recruitment site for Assam.
Great Post
Bahut dhunia..
Assam govt job