পতঞ্জলিৰ সংবাদ মেল

5 725

IMG-20170323-WA0025

পতঞ্জলি মেগা ফুডক পাৰ্কক উদ্দেশ্য কৰি পতঞ্জলি যোগপীঠৰ হৈ বালাকৃষ্ঞণ আচাৰ্য্যই আজি গুৱাহাটী প্ৰেচ ক্লাৱত এক সংবাদ মেল আয়োজন কৰে। উক্ত সংবাদ মেলখনত সদৰী কৰে যে পতঞ্জলিৰ মেগা ফুড পাৰ্কৰ সমূহ কাম কাজ জুলাই মাহত সম্পাদন হ’ব। প্ৰায় ৫০০০ নিবনুৱাই এই ফুড পাৰ্কৰ পৰা উপকৃত হ’ব, নিযুক্তি লাভ কৰিব। ইয়াৰ বিপৰীতে ৫০,০০০ ৰ পৰা ১ লাখ লোকে কৰ্মসংস্থাপন লাভ কৰিবলৈ সক্ষম হ’ব। প্ৰাৰম্ভিকতে বিস্কুট, মৌজোল, বন ঔষধি আদিৰ উৎপাদন কৰাৰ মন্তব্য কৰে। লগতে যোগক কেন্দ্ৰ কৰি ভাৰতীয় সংস্কাৰ থকা আধুনিক ৰূপৰ ১০ খন বিদ্যালয় স্থাপন কৰাৰ কথা ব্যক্ত কৰে। পতঞ্জলি নিযুক্তি লাভ কৰিব লগা সমূহ নিবনুৱাৰ সাক্ষাৎকাৰ Girijananda Choudhury Institute ত অনুষ্ঠিত হ’ব।

5 Comments
  1. nitu says

    Nice information…

    1. Pankaj sarmah says

      Thanks a lot for informations….

  2. Assam Job says

    Can you advise me a good recruitment site for Assam.

  3. Janadon says

    Great Post

  4. Utpal says

    Bahut dhunia..
    Assam govt job

Your email address will not be published.