টু হুলাৰ চুজুকি মটৰ চাইকেল ইণ্ডিয়া প্ৰাইভেট লিমিটেডে প্ৰিমিয়াৰ ২৫০চিচি মটৰ চাইকেল চেগমেণ্টে আত্ম প্ৰকাশ কৰিছে। অলপতে এই সংস্থাই বহু প্ৰতীক্ষিত জিক্সাৰ এচ এফ বজাৰত মুকলি কৰিছে । সকলো ফালৰ পৰা উপযুক্ত সংস্কৰণত উপলব্ধ চুজুকি জিক্সাৰ এচ এফ বজাৰলৈ আহিছে চুজুকি মটৰ চাইকেল ইণ্ডিয়া ।বাইকখন মেটালিক মেট প্লেটিনাম চিলভাৰ আৰু মেটালিক ব্লেক কালাৰত উপলব্ধ ।বাইকখনৰ মূল্য ১, ৭০,৬৫৫টকা।
Trending
- আপকুৰ ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন-ৰাজ্যৰ দুগৰাকী জ্যেষ্ঠ সাংবাদিকক সম্বৰ্ধনা
- National Press Day 2024 Commemorated in Guwahati: A Reflection on the Changing Nature of the Press
- গুৱাহাটী বিশ্ববিদ্যালয়ত জনজাতীয় গৌৰৱ দিৱস পালন
- জালুকবাৰী বিধানসভা সমষ্টিত খেল মহাৰণ ২.০ ৰ শুভাৰম্ভ
- অসম পৰ্যটন উদ্যোগত নতুন আশাৰ ৰেঙনি- কানাডাৰ প্ৰতিস্থানৰ ‘উভচৰী বিমান’ (seaplane)-ৰ প্ৰদৰ্শনী মুলক উৰণত অংশগ্ৰহণ কৰে পৰ্যটন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই
- অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু পুথিভঁৰাল সেৱা সঞ্চালয়কালয়ৰ সহযোগত মামণি ৰয়ছম গোস্বামী জয়ন্তী উদযাপন
- ৰাণীত হাতীৰ উপদ্ৰৱৰ মাজতে কৃষকৰ মাজত বন বিভাগৰ সহযোগত এন জি অ’ৰ টৰ্ছলাইট বিতৰণ
- তামুলপুৰত পথ সুৰক্ষা সম্পৰ্কীয় সজাগতা কাৰ্য্যসূচী
- দিছপুৰত সাংসদ-মন্ত্ৰীৰ উপস্থিতিত চাহ-জনগোষ্ঠী আৰু আদিবাসী সংগঠনৰ প্ৰতিনিধিৰে বৈঠক সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকা
- গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত জাপান কাৰ্নিভাল – ২০২৪ ৰ সামৰণি