ভাৰতৰ আগশাৰীৰ ধূপকাঠি নিৰ্মাতা মোক্ষ ধূপকাঠিযে নিজৰ সুগন্ধৰ গুণ অব্যাহত ৰাখি পাঁচবিধ নতুন উৎকৃষ্ট মানৰ ধূপৰ নিৰ্মাণ কৰিছে। গ্ৰাহকৰ প্ৰযোজনতা পূৰ্ণ কৰি মোক্ষে এই নতুন নিৰ্মাণৰ জৰিয়তে নিজৰ উৎপাদন শাৰী সবল কৰি তুলিছে। ধূপকাঠিয়ে সকলো ধৰণৰ ধাৰ্মিক আৰু সামাজিক অনুষ্ঠানত এটা উচ্চ পদ লাভ কৰে।মোক্ষে অলপতে গুলাপ, চন্দন,হিনা,চালভেশ্ন,স্বৰ্ণ, আৰু,মল্লিকা সুগন্ধৰ ধূপকাঠি নিৰ্মাণ কৰিছে। বৰ্তমান ধূপকাঠি উদ্যোগৰ বজাৰৰ মূল্য চাৰি হাজাৰ কোটি যত দুয়ো প্ৰকাৰৰ সংগঠিত আৰু অসংগঠিত নিৰ্মাতা সন্নিবিষ্ট হৈ আছে। মোক্ষ ভাৰতৰ এক আগশাৰীৰ নিৰ্মাতা যিয়ে প্ৰতি দিনে দেৰ কোটি ধূপৰ কাঠি নিৰ্মাণ কৰে । মোক্ষ নিৰ্মাণ কেন্দ্ৰ দুইভাৰতৰ আগশাৰীৰ ধূপকাঠি নিৰ্মাতা মোক্ষ ধূপকাঠিয়ে নিজৰ সুগন্ধৰ গুণ অব্যাহত ৰাথি পাঁচবিধ নতুন উৎকৃষ্ট মানৰ ধূপৰ নিৰ্মাণ কৰিছে। গ্ৰাহকৰ প্ৰযোজনীয়তা পূৰ্ণ কৰি মোক্ষে এই নতুন নিৰ্মাণৰ জৰিয়তে নিজৰ উৎপাদন শাৰী সবল কৰি তুলিছে । মোক্ষৰ ৮০০টা মুল বিতৰণ কেন্দ্ৰ আছে ।
Trending
- কেন্দ্রীয় চৰকাৰৰ গ্ৰামোন্নয়নৰ বিভাগৰ প্ৰতিনিধিৰ মৰিগাঁও জিলা ভ্ৰমণ, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ পৰিদৰ্শন
- মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ত বজ্ৰপাত ধৰা পেলোৱা যন্ত্ৰ প্ৰতিষ্ঠাপন
- ৰত্না দত্ত সোঁৱৰণী অনুষ্ঠানত উপন্যাস “দ্বিতীয়া” উন্মোচন
- বন্যহস্তীৰ দেহত ৰেডিঅ’ ক’লাৰ স্থাপন
- চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য ক্ষেত্ৰত বিশ্ব ঐতিহ্য সপ্তাহৰ উদ্বোধনী অনুষ্ঠান
- বেলতলা বহাগী উৎসৱ উদযাপন সমিতিৰ ঘোষণা-২০২৫ বৰ্ষৰ বাবে জুবিন গাৰ্গলৈ ড০ ভূপেন হাজৰিকা বঁটা
- বৃহত্তৰ ৰাণী অঞ্চলত হাতীৰ উপদ্ৰবৰ মাজতে আঘোনৰ পথাৰত সোণগুটি চপোৱাত ব্যস্ত চহা কৃষক
- গুৱাহাটী বিশ্ববিদ্যালয়ত এন এছ এছৰ পূৱ মাণ্ডলৰ প্ৰাক গণৰাজ্য দিৱস পেৰেড শিবিৰৰ সামৰণি
- আপকুৰ ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন-ৰাজ্যৰ দুগৰাকী জ্যেষ্ঠ সাংবাদিকক সম্বৰ্ধনা
- National Press Day 2024 Commemorated in Guwahati: A Reflection on the Changing Nature of the Press