আজি মহালয়া।সমগ্ৰ ৰাজ্যজুৰি উদযাপিত হৈছে এই মহালয়া উৎসৱ ।মহালয়া উদযাপিত হয় দুৰ্গাপূজাৰ প্ৰাকমহূৰ্ত্বত।প্ৰচলিত মত অনুসৰি মা দুৰ্গা কৈলাস পৰ্বতৰ পৰা ধৰালৈ মহালয়া দিনা আগমনি হয়।দেৱী ধৰাত ১০ দিন ধৰি থাকে।মহিষাসুৰক দেৱীয়ে বধ কৰিছিল।দেৱী দুৰ্গাক ৯টা ৰূপক পূজাৰ কেইদিন আৰাধনা কৰা হয়।দেৱী আগমনৰ এই বিশেষ দিনতো সেয়েহে বিশেষ পবিত্ৰ দিন হিচাপে গণ্য কৰি আহিছে ।মহালয়া উপলক্ষে পুৱতি নিশাৰ পৰা দেৱী বন্দনা, প্ৰভাতী ফেৰী, শোভাযাত্ৰা অনুষ্ঠিত হয়।
Trending
- মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ত বজ্ৰপাত ধৰা পেলোৱা যন্ত্ৰ প্ৰতিষ্ঠাপন
- ৰত্না দত্ত সোঁৱৰণী অনুষ্ঠানত উপন্যাস “দ্বিতীয়া” উন্মোচন
- বন্যহস্তীৰ দেহত ৰেডিঅ’ ক’লাৰ স্থাপন
- চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য ক্ষেত্ৰত বিশ্ব ঐতিহ্য সপ্তাহৰ উদ্বোধনী অনুষ্ঠান
- বেলতলা বহাগী উৎসৱ উদযাপন সমিতিৰ ঘোষণা-২০২৫ বৰ্ষৰ বাবে জুবিন গাৰ্গলৈ ড০ ভূপেন হাজৰিকা বঁটা
- বৃহত্তৰ ৰাণী অঞ্চলত হাতীৰ উপদ্ৰবৰ মাজতে আঘোনৰ পথাৰত সোণগুটি চপোৱাত ব্যস্ত চহা কৃষক
- গুৱাহাটী বিশ্ববিদ্যালয়ত এন এছ এছৰ পূৱ মাণ্ডলৰ প্ৰাক গণৰাজ্য দিৱস পেৰেড শিবিৰৰ সামৰণি
- আপকুৰ ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন-ৰাজ্যৰ দুগৰাকী জ্যেষ্ঠ সাংবাদিকক সম্বৰ্ধনা
- National Press Day 2024 Commemorated in Guwahati: A Reflection on the Changing Nature of the Press
- গুৱাহাটী বিশ্ববিদ্যালয়ত জনজাতীয় গৌৰৱ দিৱস পালন