আৰম্ভ হ’ল মহালয়া

0 879

আজি মহালয়া।সমগ্ৰ ৰাজ্যজুৰি উদযাপিত হৈছে এই মহালয়া উৎসৱ ।মহালয়া উদযাপিত হয় দুৰ্গাপূজাৰ প্ৰাকমহূৰ্ত্বত।প্ৰচলিত মত অনুসৰি মা দুৰ্গা কৈলাস পৰ্বতৰ পৰা ধৰালৈ মহালয়া দিনা আগমনি হয়।দেৱী ধৰাত ১০ দিন ধৰি থাকে।মহিষাসুৰক দেৱীয়ে বধ  কৰিছিল।দেৱী দুৰ্গাক ৯টা ৰূপক পূজাৰ কেইদিন আৰাধনা কৰা হয়।দেৱী আগমনৰ এই বিশেষ দিনতো সেয়েহে বিশেষ পবিত্ৰ দিন হিচাপে গণ্য কৰি আহিছে ।মহালয়া উপলক্ষে পুৱতি নিশাৰ পৰা দেৱী বন্দনা, প্ৰভাতী ফেৰী, শোভাযাত্ৰা অনুষ্ঠিত হয়।

Leave A Reply

Your email address will not be published.