মহাকাশ অভিযানত চীনৰ ঐতিহাসিক কীৰ্তি।শনিবাৰে নিশা মঙলপৃষ্ঠত অৱতৰণ কৰিলে বেইজিঙৰ মঙলযান টিৱানৱেন -১ৰ ৰোভাৰ। ৰঙা গ্ৰহত প্ৰথম অভিযানতেই বৃহৎ সাফল্য ৰঙা চীনৰ। পূৰ্বৰ নিৰ্ধাৰিত ইউটোপিয়া প্লেনিচিয়া অঞ্চলতেই অৱতৰণ ৰোভাৰৰ। চীনৰ মহাকাশ সংস্থা China National Space Administration (CNSA) য়ে অৱতৰণৰ সেউজ সংকেত দিছে। কমেও ৯০ দিন মঙল গ্ৰহত বিচৰণ কৰিব জুৰঙে। এই সময়ছোৱাত ই সংগ্ৰহ কৰিব বিভিন্ন নমুনা। মঙলপৃষ্ঠৰ গঠন পৰ্যবেক্ষণ কৰিব,বৰফৰ সন্ধান কৰিব। এতিয়ালৈকে হোৱা মঙল অভিযানৰ সমূহৰ ভিতৰত এই অভিযান শ্ৰেষ্ঠ বুলি দাবী কৰিছে চীনে। প্ৰথম অভিযানতেই ৰোভাৰক নমাই কাৰ্যত আমেৰিকা আৰু ৰাছিয়াক প্ৰত্যাহবান জনালে বেইজিঙে।
Trending
- ৩১মাৰ্চৰ পূৰ্বে যানবাহনৰ যাৱতীয় কৰ পৰিশোধ কৰি নথিপত্ৰ সঠিক কৰক-পৰিবহণৰ বিশেষ কতৰ্ব্যৰত বিষয়া গৌতম দাসৰ কাতৰ অনুৰোধ
- Organic Festival cum Exhibition by NECTAR under PM-DevINE Scheme
- Assam Govt Launches Key Initiatives to Boost Livestock Sector
- পূব ধাৰাপুৰত অংগনাৱাড়ী কেন্দ্ৰৰ মেৰামতি কাৰ্যৰ শুভাৰম্ভ
- ২০২৫-২৬বিত্তীয় বৰ্ষৰ অন্তিম মাহ! মাৰ্চত আশীৰ্বাদ মাহৰ কাৰ্যসূচী পৰিবহণ বিভাগৰ
- গুৱাহাটী কপাঁলে অগপই, সংকল্প সমাৰোহত কেইবা সহস্ৰাধিকৰ উপস্থিতি সুৰক্ষিত আৰু বিকশিত অসমৰ দায়বদ্ধতা প্ৰকাশ অগপ সভাপতি অতুল বৰাৰ
- কাঁহিকুছিত তিনিদিনীয়া কৃষি পাম প্ৰশিক্ষণ শিবিৰৰ সামৰণি
- কামৰূপ মহানগৰ জিলাত ভূমি পট্টা বিতৰণ
- উত্তৰ পূব ভাৰত স্বচ্ছ শক্তি সন্মিলন অনুষ্ঠিত
- টপচেম চিমেণ্টৰ নৱম সংখ্যক বিনামূলীয়া চকু পৰীক্ষা শিবিৰ আৰম্ভ