অচিৰেই আৰম্ভ হ’ব ৱাইফী কেৱ সেৱা

0 229

মহানগৰীত যাত্ৰী সকলৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি আৰম্ভ হ’ব নতুন কেৱ সেৱাৰ। গুৱাহাটীৰ এটা ষ্টাৰ্ট আপে অচিৰেই আৰম্ভ কৰিব ৱাইফী কেৱ। জানিব পৰামতে দূৰ্গা পূজাৰ পূৰ্বে এই বিশেষ কেৱ সেৱা গুৱাহাটীত আৰম্ভ হ’ব।ৱাইফী কেৱে প্ৰতি কিলো মিটাৰত পাঁচ টকাতকৈ মূল্য নিৰ্দ্ধাৰণ কৰিছে। প্ৰাৰম্ভিক সময়ত ৪০০০ খন গাড়ী ৱাইফী কেৱত উপলব্ধ হ’ব। এই সেৱাৰ যোগেদি চালক সকলেও লাভ কৰিব বিশেষ অফাৰ।

Leave A Reply

Your email address will not be published.