ছাছপেণ্ড ইন্সপেক্টৰ বড়োৰ বাবে সাজু হৈছে লোকেল কুংফু টীম।ছাছপেণ্ড ইন্সপেক্টৰ বড়োৱে ৭ডিচেম্বৰ মুক্তি লাভ কৰিব।এই সম্পৰ্কে কেনী বসুমতাৰীয়ে এনেদৰে কয়-আমাৰ দলটোৱে তৃতীয়খন ছবিৰ বাবে সাজু হৈছো।ছাছপেণ্ড ইন্সপেক্টৰ বড়ো এখন একচনধৰ্মী চিনেমা।ইয়াত মুম্বাইৰ পুনম গুৰুঙে অভিনয় কৰিছে ।চিনেমাখনৰ হিন্দী সংস্কৰণো প্ৰস্তুত কৰা হৈছে ।চিনেমা খন প্ৰযোজনা কৰিছে ভীষণ ৰায়, প্ৰিয়মা গোস্বামী আৰু কেনীয়ে।চিনেমাখনৰ পাৰ্শ্ব সংগীত আৰু ছাউণ্ড ডিজাইন কৰি মাৰাঠী ফিল্মফেয়াৰ বঁটা পাপক উৎকেশ ধোটেকাৰ আৰু ৰঞ্জন পাটনায়কে।
Trending
- পৰ্যটনৰ কোনো পৰিধি নাই- পৰ্যটন বিভাগটোক আৰু অধিক উজ্জীৱিত ৰূপত তুলি ধৰাৰ বাবে সংঘবদ্ধ হৈ কাম কৰাৰ আহ্বান পৰ্যটন মন্ত্ৰীৰ
- বনভোজ-নতুন বছৰৰ উৎসৱৰ সময়ত নীতি-নিদেৰ্শনা মানিহে গাড়ী চলোৱাৰ আহ্বান কামৰূপ মহানগৰ জিলা আয়ুক্তৰ
- সৰুসজাই ক্ৰীড়া প্ৰকল্পতএই মহা আয়োজন বিশ্বমানৰ হোৱাৰ ওপৰত গুৰুত্ব সাংস্কৃতিক মন্ত্রী বিমল বড়াৰ
- ঢেকিয়াজুলি সমষ্টিৰ ৫,১৩০ টা পৰিয়ালৰ ২৭,৭৮৩ গৰাকী নতুন হিতাধিকাৰীৰ মাজত ৰেছন কাৰ্ড বিতৰণ
- ডিমৰীয়াত পৰিবহণ বিভাগৰ ৰাইজৰ সেৱা ৰাইজৰ পদূলিত সেৱা কাৰ্যসূচী
- গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাণিজ্য বিভাগৰ উদ্যোগত শ্ৰী শ্ৰীমহাকালেশ্বৰ মন্দিৰৰ পৰ্যটনৰ সম্ভাৱনীয়তা বিষয়ক আলোচনা
- গোৱালপাৰা জিলাত ‘বিকাশৰ ১২ দিন’ শীৰ্ষক কাৰ্যসূচীৰ শুভাৰম্ভ মন্ত্ৰী অশোক সিংহলৰ
- সকলো শ্ৰেণীৰ বাহনৰ নথিপত্ৰ সঠিক কৰি ৰাখি সুৰক্ষিত যাতায়াত অব্যাহত ৰখাৰ আহ্বান পৰিবহণ বিভাগৰ
- ৰাজ্যৰ মুগা কৃষকক মূগালাটৰ যোগান ধৰিব খানাপাৰাৰ চৰকাৰী সঁচ পামে
- এ এছ এছ টিত পলিমাৰ আৰু উন্নত কাৰ্যকৰী সামগ্ৰী বিষয়ক ৰাষ্ট্ৰীয় সন্মিলনৰ সামৰণি