অসমত প্ৰথম বাৰৰ বাবে বিমানকোঠত ক’স্তা কফিৰ বিপনী শুভ উদ্বোধন

0 461

বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানকোঠত, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ কফিব্ৰেণ্ড ক’ষ্টা কফি বেণ্ডৰ দুখনকৈ বিপণিৰ শুভ উদ্বোধন হয়। বিপনীখন উদ্বোধন কৰে মুখ্য বিমানকোঠ বিষয়া উৎপল বৰুৱাই। বিপনীখন চিকিউৰিটি হ’ল্ডিং এলেকাত অবস্থিত। ক’ষ্টা কফিৰ সোৱাদ অন্য সাধাৰণ কফিৰ তুলনাত ব্যতিক্ৰম। এই কফিত এৰাবিকা আৰু ৰ’বাস্ত বীনৰ অসাধাৰণ মিশ্ৰণে এক অনান্য সোৱাদ প্ৰদান কৰাৰ বাবে এই কফি জনসমাজত অতি জনপ্ৰিয়। উল্লেখযোগ্য যে ক’ষ্টা কফি বেণ্ডে এইদুখন বিপনীৰ যোগেদি অসমত প্ৰথমবাৰৰ বাবে ব্যৱসায় আৰম্ভ কৰিছে।

Leave A Reply

Your email address will not be published.