অসমৰ কঁঠাল আৰু জলকীয়া ৰপ্তানি বিদেশলৈ পোন প্ৰথম বাৰৰ বাবে বিদেশলৈ ৰপ্তানি হৈছে । অলপতে অসমৰ কঁঠাল আৰু জলকীয়া ৰপ্তানি বিদেশলৈ পোন প্ৰথম বাৰৰ বাবে বিদেশলৈ ৰপ্তানি কৰা হৈছে । শুকুৰবাৰে বিয়লি বিলাসীপাৰাৰ পৰা আৰবৰ ডুবাইলৈ ৰপ্তানি কৰা হয় কঁঠাল আৰু জলকীয়া। ইয়াৰ ফলত কৃষক সকলৰ লগতে ৰাজ্যৰ অৰ্থ নৈতিক ব্যৱস্থা কিছু পৰিমাণে টনকিয়াল হব বুলি ধাৰণা কৰা হৈছে।
Trending
- ২০২৫-২৬বিত্তীয় বৰ্ষৰ অন্তিম মাহ! মাৰ্চত আশীৰ্বাদ মাহৰ কাৰ্যসূচী পৰিবহণ বিভাগৰ
- গুৱাহাটী কপাঁলে অগপই, সংকল্প সমাৰোহত কেইবা সহস্ৰাধিকৰ উপস্থিতি সুৰক্ষিত আৰু বিকশিত অসমৰ দায়বদ্ধতা প্ৰকাশ অগপ সভাপতি অতুল বৰাৰ
- কাঁহিকুছিত তিনিদিনীয়া কৃষি পাম প্ৰশিক্ষণ শিবিৰৰ সামৰণি
- কামৰূপ মহানগৰ জিলাত ভূমি পট্টা বিতৰণ
- উত্তৰ পূব ভাৰত স্বচ্ছ শক্তি সন্মিলন অনুষ্ঠিত
- টপচেম চিমেণ্টৰ নৱম সংখ্যক বিনামূলীয়া চকু পৰীক্ষা শিবিৰ আৰম্ভ
- অসম পশুধন নিগমৰ উদ্যোগ খানাপাৰত বানিজ্যিক কেন্দ্ৰ মুকলি
- NECTAR Celebrates National Science Day 2026 with Student Innovation Exhibition in Shillong
- বটদ্রৱাত শ্রীশ্রীকৃষ্ণৰ দৌল যাত্ৰা মহোৎসৱৰ ব্যাপক প্রস্তুতি সন্দৰ্ভত সংবাদমেল
- বাঁহৰ আ অলংকাৰ প্ৰশিক্ষণ আৰু গৱেষণা প্ৰতিষ্ঠান মুকলি