অসম কৃষি বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীৰ শিক্ষামূলক ভ্ৰমণ সম্পন্ন

0 426

অসম কৃষি বিশ্ববিদ্যালয়ৰ স্নাতক পৰ্য্যায়ৰ দুটা দলে অলপতে সফলতাৰে বিদেশ ভ্ৰমণ সম্পন্ন কৰে।নেচনেল এগ্ৰিকালচাৰেল হায়াৰ ইডুকেশ্যন প্ৰকল্পৰ অধীনত ৰাওনা হোৱা দল দুটা চুইজাৰলেণ্ড আৰু ফিলিপাইনছত ২০ দিনীয়া প্ৰশিক্ষণ গ্ৰহণ কৰি উভতি আহে।স্মতব্য যে কৃষি শিক্ষাৰ ক্ষেত্ৰত আমোল পৰিবৰ্তন আনিবলৈ ভাৰতীয় কৃষি গৱেষণা পৰিষদে বিশ্ববেংক আৰু ভাৰত চৰকাৰৰ সহযোগত নাহেপ নামৰ প্ৰকল্পটো আৰম্ভ কৰিছিল।ভ্ৰমণৰ কালত শিক্ষাৰ্থীসকলে জৈৱিক কৃষি আৰু গাহৰি পালনৰ সম্পৰ্কত প্ৰশিক্ষণ লাভ কৰে।

Leave A Reply

Your email address will not be published.