অসম চলচ্চিত্ৰ বিত্তীয় উন্নয়ন নিগমৰ অধ্যক্ষা হিচাপে নিযুক্তি পালে সুমন হৰিপ্ৰিয়াই

0 587

অসম চলচ্চিত্ৰ বিত্তীয় উন্নয়ন নিগমৰ অধ্যক্ষা হিচাপে নিযুক্তি পালে বিধায়িকা সুমন হৰিপ্ৰিয়াই। শনিবাৰে এই নিযুক্তি প্ৰদান কৰে ৰাজ্য চৰকাৰে।
 
 
আনহাতে ইয়াৰ পিছতে চর্চা হৈছে যে নাগৰিকত্ব সংশোধনী আইন বিৰোধীতাৰে বিজেপি ত্যাগ কৰা অভিনেতা যতীন বৰাৰ নাম।পৰৱৰ্তী সময়ত যতীন বৰা বিজেপিলৈ উভতি গৈছিল যদিও বিশেষ লাভ নহ’ল।

Leave A Reply

Your email address will not be published.