অসম সাহিত্য সভাৰ শতবৰ্ষীয় অধিৱেশন খন আজিৰে পৰা শিৱসাগৰৰ জেৰেঙা পথাৰত অনুষ্ঠিত হৈছে। উল্লেখযোগ্য যে সাহিত্য সভাৰ মূলমঞ্চ সাহিত্য কান্ডাৰী পদ্মনাথ গোহাঞি বৰুৱাৰ ক্ষেত্ৰ উদঘাটন কৰে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই। সমষ্টিৰ দ্বাৰ মুকলি কৰি তাছাই বিৰ্তকৰ পৰা আতৰি থকা প্ৰসংগ ব্যক্ত কৰে। আনহাতে অসম সাহিত্য সভাৰ শতবৰ্ষীয় ঐতিহ্য পথ মুকলি কৰে যোৰহাট জিলাৰ উপায়ুক্ত বিৰেন্দ্ৰ মিট্ৰালে। উল্লেখযোগ্য যে আজিৰ দিনটোত বিভিন্ন মঞ্চ মুকলি কৰাৰ লগতে জয়মতীৰ বলুকাত প্ৰস্তুত কৰা প্ৰতীক মুকলি হয়। উল্লেখ্য যে প্ৰায় ৪০০০ লোকক খোৱাৰ বাবে অধিৱেশন স্থলীত সুব্যৱস্থা কৰিছে। অৰুণাচলৰ পৰা অনা কলপাতৰ থালিয়ে আপ্যায়ন কৰিছে। উল্লেখযোগ্য যে এই অধিবেশন অন্ত পৰিব ১২ ফেব্ৰুৱাৰীত।
Trending
- গুৱাহাটী কপাঁলে অগপই, সংকল্প সমাৰোহত কেইবা সহস্ৰাধিকৰ উপস্থিতি সুৰক্ষিত আৰু বিকশিত অসমৰ দায়বদ্ধতা প্ৰকাশ অগপ সভাপতি অতুল বৰাৰ
- কাঁহিকুছিত তিনিদিনীয়া কৃষি পাম প্ৰশিক্ষণ শিবিৰৰ সামৰণি
- কামৰূপ মহানগৰ জিলাত ভূমি পট্টা বিতৰণ
- উত্তৰ পূব ভাৰত স্বচ্ছ শক্তি সন্মিলন অনুষ্ঠিত
- টপচেম চিমেণ্টৰ নৱম সংখ্যক বিনামূলীয়া চকু পৰীক্ষা শিবিৰ আৰম্ভ
- অসম পশুধন নিগমৰ উদ্যোগ খানাপাৰত বানিজ্যিক কেন্দ্ৰ মুকলি
- NECTAR Celebrates National Science Day 2026 with Student Innovation Exhibition in Shillong
- বটদ্রৱাত শ্রীশ্রীকৃষ্ণৰ দৌল যাত্ৰা মহোৎসৱৰ ব্যাপক প্রস্তুতি সন্দৰ্ভত সংবাদমেল
- বাঁহৰ আ অলংকাৰ প্ৰশিক্ষণ আৰু গৱেষণা প্ৰতিষ্ঠান মুকলি
- গুৱাহাটীত এইচ ডি এফ চি বেংকে নতুনকৈ মুকলি কৰিলে প্ৰযুক্তি আৰু ডিজিটেল ফেক্টৰী

