অহা ২৪ অক্টোবৰত বিশ্ব হলৌ দিৱস আয়োজন কৰা বাবে দেওবাৰে তিনিচুকীয়া জিলা বাৰেকুৰি অঞ্চলৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগনত এখনি ৰাজহুৱা সভা অনুষ্ঠিত কৰি এখন অভ্যৰ্থনা সমিতি গঠন কৰে।অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক লিলেশ্বৰ মৰাণক সভাপতি আৰু বাৰেকুৰি পঞ্চায়তৰ ৫ নং ৱাৰ্ডৰ সদস্যা ৰুণজুন চেতিয়াক সম্পাদিকা হিচাপে লৈ এখন সবল অভ্যৰ্থনা সমিতি গঠন কৰে।এই সমিতি খনৰ জৰিয়তে আগন্তুক ২৪ অক্টোবৰ তাৰিখে সমগ্ৰ বিশ্ব লগতে তিনিচুকীয়া বাৰেকুৰিতো বিশ্ব হলৌ দিৱস আয়োজন কৰিব।
Trending
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন
- ৰাণীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী দিৱস উদযাপন
- আজি মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই
- Review Meeting on Expenditure Monitoring Mechanisms Held at Barpeta