আ অলংকাৰ পিন্ধি কইনা সাজিবলৈ প্ৰত্যেকজনী ছোৱালীৰে এটা সপোন থাকে।কিন্তু সোণ ৰূপৰ জুই চাই দামে বহুতৰে এই সপোন বাস্তবায়িত নকৰে।আজিৰে পৰা বহুতৰে সেই সপোন পূৰ কৰিবলৈ “অৰুন্ধতী স্বৰ্ণ আঁচনি” কাৰ্যকৰী হ’ব।এই আঁচনিৰ জৰিয়তে এগৰাকী কইনাক চৰকাৰৰ তৰফৰ পৰা এতোলা সোণ দিয়া হ’ব।আজিৰ মহঙা দিনত এই আঁচনিয়ে পিতৃ-মাতৃৰ চিন্তা অলপ হ’লেও দূৰ কৰিব।ইয়াৰ বাবে বিয়াৰ পূৰ্বে কইনাগৰাকীয়ে পঞ্জীয়ন কৰিব লাগিব।এই বৰ্ষত কোনোবাই যদি বিয়াৰ কথা ভাবিছে,তেন্তে পলম নকৰি আপুনিও এই আঁচনিৰ সুবিধা গ্ৰহণ কৰিব পাৰে।
Trending
- নেৰানেপেৰা বৰষুণ, ফিৰফিৰিয়া বতাহৰ বাবে অসমত আবতৰীয়া শীত
- কামৰূপ মহানগৰত ই ভি এম আৰু ভিভিপিএটিৰ ৰেণ্ডমাইজেশ্যন সম্পন্ন
- ড° তপন দাসৰ সমৰ্থনত পিযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ
- এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা