আজিৰে পৰা ২৯ মাৰ্চলৈ সকলো শিক্ষানুষ্ঠান বন্ধ থাকিব

0 211

ক’ৰণা ভাইৰাছৰ আতংক চৌদিশে বিৰাজ কৰিছে।ৰাজ্য চৰকাৰে শিক্ষানুষ্ঠান সমূহলৈ কঠোৰ নিৰ্দেশনা আজি জাৰি কৰিছে।
 
 
 
সেই অনুসৰি আজিৰে পৰা ২৯ মাৰ্চলৈ সকলো শিক্ষানুষ্ঠান বন্ধ থাকিব।অৱশ্যে বিশ্ববিদ্যালয়ৰ পৰীক্ষা সূচী অনুসৰি অনুষ্ঠিত হ’ব।
 
 
 
 
আনহাতে সেইদৰে চিনেমা হল জীম বা আন সমাগমস্থলী বন্ধ কৰি দিছে।মুখ্যমন্ত্ৰীয়েও ৩১ মাৰ্চলৈকে সকলো ৰাজহুৱা অনুষ্ঠান বাতিল কৰিছে।
 
 
 
 
ইফালে চিৰিয়াখানাৰ কৰ্তৃপক্ষই ক’ৰণা আতংকৰ বাবে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে।সেই অনুসৰি ২৯মাৰ্চত পৰ্যন্ত ৰাজ্যিক চিৰিয়াখানা বন্ধ ঘোষণা কৰিছে।

Leave A Reply

Your email address will not be published.