সুকলমে সমাপ্ত হ’ল চাৰি সংসদীয় সমষ্টিৰ আজিৰ দিনটোৰ ভোটগ্ৰহণ ।পুৱা ৭ বজাৰ পৰা অনুষ্ঠিত হোৱা ভোটগ্ৰহণ ৫বজাত সামৰণি পৰে।আমালৈ অহা খবৰ অনুসৰি গুৱাহাটীত ৮০.২০ শতাংশ ,বৰপেটাত ৭৮.১১শতাংশ,ধুবুৰীত ৮৬. ৯৪ শতাংশ আৰু কোকৰাঝাৰত ৭৭.৩৮শতাংশই আজি ভোটদান কৰে।বিভিন্ন ঠাইত ই ভি এম বিসংগতিৰ বাহিৰে শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ সম্পন্ন হয়।তৃৃতীয় পৰ্য্যায়ৰ নিৰ্বাচনৰ সৰ্বোচ্চ ভোটদান ধুবুৰীত হয় বুলি জানিব পৰা গৈছে ।
Trending
- জৱাহৰ নবোদয় বিদ্যালয়ত কুইজিন-দ্য ব্ৰেইন বুফে
- ঘিলামৰাত ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু শুভাৰম্ভ
- পৰ্যবেক্ষক, প্ৰাৰ্থী-প্ৰতিনিধিৰ সৈতে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্বপূৰ্ণ সভা
- মিচিং জাতীয় সংগঠনৰ বিশ্ব ধৰিত্ৰী দিৱস পালন
- বৰুৱাৰ সংসাৰ প্ৰদৰ্শিত হ’ব ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত
- এয়াৰটেলৰ ৰোমিং পেক উন্মোচন
- কাছাৰত অ গ পৰ সভাপতি নির্বাচনী প্ৰচাৰ
- ধৰিত্ৰী দিৱস আৰু প্ৰকৃতিপ্ৰেমী মঞ্চৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে হাতীৰ খাদ্য উদ্ভিদ ৰোপন কাৰ্যসূচী
- পলাশবাৰীত সাহিত্য সংস্কৃতি বিকাশ গোষ্ঠী “কামৰূপৰ সাধাৰণ সভা
- মুম্বাইত গগনাৰ ৰঙালী বিহু উদযাপন