গুৱাহাটীৰ সৰুসজাঁই ষ্টেডিয়ামত শনিবাৰে অনুষ্ঠিত হ’বলগীয়া ৬৫ সংখ্যক ফিল্ম ফেয়াৰ এৱাৰ্ডৰ বঁটা এখন অনুষ্ঠানত ভাগ ল’বলগীয়া দেশৰ বলিউডৰ নামী দামী প্ৰখ্যাত তাৰকা সকলৰ আগমন উপলক্ষে বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তজাৰ্তিক বিমান বন্দৰত এক উৎসৱ মুখৰ পৰিবেশ সৃষ্টি হৈছে।ইতিমধ্যে কেবাগৰাকী নামী দামী তাৰকাই শুক্ৰ বাৰে দুপৰীয়াৰ পৰা ব্যক্তিগত ষ্টাৰ্টড বিমানেৰে আদি গুৱাহাটী উপস্থিত হয়।ইয়াৰ. ভিতৰত মাধুৰী দীক্ষিত,বিকি সিং, কৰণ জহৰ, বৰুণ ধাৱন, ৰণবীৰ সিং, আয়ুস্মান খুৰানা আৰু কাৰ্তিক আৰিয়েন। তাৰকা শিল্পী সকল সৈতে হোৱা সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত অসমলৈ আহি সুখী অনুভৱ কৰা বুলি ব্যক্ত কৰে ।বিমান বন্দৰৰ পৰা তাৰকা শিল্পী সকল পোনে পোনে ৰেডিচন ব্লু হোটেললৈ ৰাওনা হয়।আনহাতে শুক্ৰবাৰে মাজ নিশা অক্ষয় কুমাৰ আহিব।
Trending
- আউনীআটি সত্ৰৰ সত্ৰাধিকাৰ তথা আউনীআটি আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ আচাৰ্য ড° পীতাম্বৰ গোস্বামীলৈ বিশেষ সম্বৰ্দ্ধনা জ্ঞাপন
- ধাৰাপুৰত দীক্ষা যোগ কেন্দ্ৰৰ উদ্যোগত আন্তৰ্জাতিক যোগ দিৱস উদযাপন
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- কামাখ্যাত অম্বুবাচী মহাযোগ ২০২৬ মেলাৰ শুভ উদ্বোধন কৰিলে পৰ্যটন মন্ত্ৰী অজন্তা নেওগে
- উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহা প্ৰৱন্ধকে পৰিদৰ্শন কৰিলে কামাখ্যা ৰেল ষ্টেচনৰ অম্বুবাচী মহাযোগৰ শিবিৰ
- আজাৰা কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰত পিএম-কিষাণৰ ২৩ সংখ্যক কিস্তি মুকলি
- ৰাভা দিৱসৰ পবিত্ৰ ক্ষণত অসম যুৱ পৰিষদৰ সন্মান- দুটা দশক ধৰি লোকসংগীতৰ সাধনাত ব্ৰতী শিল্পীগৰাকীক ৰাজহুৱা স্বীকৃতি
- প্ৰসাৰ তথা আধুনিকীকৰণে পশুপালন খণ্ডক অধিক জনমুখী কৰিব- মন্ত্ৰী নীলিমা দেৱী
- অৰুণাচল প্ৰদেশত ভাৰতীয় সেনাৰ বাবে এয়াৰটেলে সম্প্ৰসাৰণ কৰিছে মোবাইল সংযোগ ব্যৱস্থা